#HealthAnxiety #AssameseHealthTips
স্বাস্থ্যৰ উদ্বেগ হৈছে গুৰুতৰ চিকিৎসাজনিত অৱস্থাৰ বাবে এক আৱেগিক আৰু অযুক্তিকৰ চিন্তা। ইয়াক অসুস্থতাৰ উদ্বেগ বুলিও কোৱা হয়, আৰু আগতে ইয়াক হাইপ’কণ্ড্ৰিয়া বুলি কোৱা হৈছিল। স্বাস্থ্যজনিত উদ্বেগক সঠিক সময়ত উপলব্ধি কৰা আৰু ধৰা পেলোৱাটো অতি গুৰুত্বপূৰ্ণ। গতিকে, ইয়াৰ কাৰণ কি আৰু আমি কেতিয়া পেছাদাৰী সহায় বিচাৰিব লাগিব? আহক আৰু অধিক জানো মনোবিজ্ঞানী ডাঃ প্ৰিয়ংকা ভট্টাচাৰ্জীৰ পৰা।
এই ভিডিঅ’টোত,
স্বাস্থ্যৰ উদ্বেগ কি? (0:00)
স্বাস্থ্যজনিত উদ্বেগ আৰু অসুস্থ হোৱাৰ সাধাৰণ চিন্তাৰ মাজত কেনেকৈ পাৰ্থক্য কৰিব পাৰি? (3:52)
কিহৰ বাবে কোনোবাই নিজৰ স্বাস্থ্যক লৈ উদ্বিগ্ন হৈ পৰে? (6:38)
কেতিয়া পেছাদাৰীক চাব লাগে/কেতিয়া পেছাদাৰী সহায় বিচাৰিব লাগে? (10:06)
স্বাস্থ্যৰ উদ্বেগ কেনেকৈ বন্ধ বা লাঘৱ কৰিব পাৰি? (13:11)
Health Anxiety, also known as Illness Anxiety Disorder or Hypochondriasis. Health Anxiety is a condition that causes people to worry excessively about their health when they have no symptoms or only minor symptoms. Individuals with Health Anxiety often focus intensely on bodily sensations and interpret them as signs of a severe medical condition. What causes Health Anxiety? How to treat Health Anxiety? Let’s know from Dr Priyanka Bhattacharjee, a Psychologist.
In this Video,
What is Health Anxiety? in Assamese (0:00)
Difference between Health Anxiety and general worry about being sick, in Assamese (3:52)
Causes of Health Anxiety, in Assamese (6:38)
When to seek professional help for Health Anxiety? in Assamese (10:06)
Treatment of Health Anxiety, in Assamese (13:11)
Subscribe Now & Live a Healthy Life!
স্বাস্থ্য প্লাছ নেটৱৰ্কে মেডিকেল জৰিত উপদেশ নিদিয়ে। ইয়াত দেখুৱা তথ্য খিনি সম্পূৰ্ণ জ্ঞান আহৰণৰ বাবে আৰু কোনো ধৰণৰ প্ৰফেচনেল উপদেশৰ আৰ্হি নহয়। যিকোনো স্বাস্থ্য সমস্যা বিশেষে ডক্তৰৰ পৰামৰ্শ লোৱা টো দৰকাৰী।
Swasthya Plus Network does not provide medical advice. Content on Swasthya Plus Network is for informational purposes only, and is not a substitute for the professional judgment of a doctor/health professional. Always seek the advice of a qualified health professional for your health concerns.
For feedback and business inquiries/ organise a doctor interview, contact Swasthya Plus Assamese at [email protected]
Swasthya Plus Assamese, the leading destination serving you with Health Tips in Assamese on health, hygiene, nutrition, lifestyle, and more!