#VisionProblem #AssameseHealthTips
বিভিন্ন সময়ত বিভিন্ন কাৰণত শিশুৱে দৃষ্টিশক্তিৰ সমস্যাত ভোগে। শিশুৰ দৃষ্টিশক্তিৰ সমস্যাই কেনেদৰে প্ৰভাৱিত কৰে, ইয়াৰ লক্ষণসমূহ কি কি এই সকলোবোৰ তথ্য বিশ্লেষণ কৰিছে ড০ ইভা ৰাণী কলিতাই।
এই ভিডিঅ’ত আছে,
শিশুসকল কেনেকুৱাধৰণৰ দৃষ্টিশক্তিৰ সমস্যাত ভোগে? (0:00)
শিশুৰ দৃষ্টিশক্তি সমস্যাৰ সচৰাচৰ দেখা দিয়া লক্ষণবোৰ কি কি? (0:51)
পিতৃ-মাতৃ বা শিক্ষকসকলে শিশুৰ চকুৰ স্বাস্থ্যৰ ভালে ৰাখিবলৈ কেনেকৈ উৎসাহিত কৰিব পাৰে? (2:22)
শিশুৰ দৃষ্টিশক্তিৰ সমস্যাৰ বাবে কিমান সঘনাই চকু পৰীক্ষা কৰা উচিত? (4:38)
শিশুৰ চকুৰ স্বাস্থ্য ভালদৰে বৰ্তাই ৰখাত পুষ্টিয়ে কি ভূমিকা পালন কৰে? (5:36)
Early detection and treatment of vision problems in children are crucial for their visual development and overall well-being. Regular eye exams by an eye care professional are important. How to encourage good Eye Health habits in Children? Let’s know more from Dr Iva Rani Kalita, a Paediatric Ophthalmologist.
In this Video,
What are the Vision problems faced by the Children? in Assamese (0:00)
Symptoms of Vision problems in Children, in Assamese (0:51)
How to encourage good Eye Health habits in Children? in Assamese (2:22)
How often should a child have an eye checkup? in Assamese (4:38)
What role does nutrition play in maintaining good eye health in children? in Assamese (5:36)
Subscribe Now & Live a Healthy Life!
স্বাস্থ্য প্লাছ নেটৱৰ্কে মেডিকেল জৰিত উপদেশ নিদিয়ে। ইয়াত দেখুৱা তথ্য খিনি সম্পূৰ্ণ জ্ঞান আহৰণৰ বাবে আৰু কোনো ধৰণৰ প্ৰফেচনেল উপদেশৰ আৰ্হি নহয়। যিকোনো স্বাস্থ্য সমস্যা বিশেষে ডক্তৰৰ পৰামৰ্শ লোৱা টো দৰকাৰী।
Swasthya Plus Network does not provide medical advice. Content on Swasthya Plus Network is for informational purposes only, and is not a substitute for the professional judgment of a doctor/health professional. Always seek the advice of a qualified health professional for your health concerns.
For feedback and business inquiries/ organise a doctor interview, contact Swasthya Plus Assamese at [email protected]
Swasthya Plus Assamese, the leading destination serving you with Health Tips in Assamese on health, hygiene, nutrition, lifestyle, and more!