#ChildCare #AssameseHealthTips
শিশুৰ বেছিভাগ ডায়েৰিয়া ভাইৰাছৰ ফলত হয়। বেক্টেৰিয়া, পৰজীৱী, খাদ্যৰ পৰিৱৰ্তন (যেনে ফলৰ ৰস বেছিকৈ খোৱা), অন্ত্ৰৰ সমস্যা, কিছুমান ঔষধৰ ব্যৱহাৰৰ ফলতো ডায়েৰিয়া হ’ব পাৰে। আমাৰ বিশেষজ্ঞ ডাঃ মৃদু প্লাবন বৰাই উল্লেখ কৰা ডায়েৰিয়া প্ৰতিৰোধ কৰাত সহায়ক হোৱা কেইটামান উপায় আগবঢ়ালোঁ।
এই ভিডিও টোত,
শিশুৰ ডায়েৰিয়া (ঢিলা গতি) কিমান সাধাৰণ হয়? এইটো কি সমস্যা? (0:00)
শিশুৰ ডায়েৰিয়া হোৱাৰ কাৰণ কি কি? (2:46)
শিশুৰ ডায়েৰিয়াৰ লক্ষণ? (5:20)
জটিলতাবোৰ কি কি? কেতিয়া ডাক্তৰৰ ওচৰলৈ যাব লাগে? (7:04)
শিশুৰ ডায়েৰিয়াৰ চিকিৎসা (10:27)
Mostly Diarrhoea in children is caused by viruses. Diarrhoea can also be caused by bacteria, parasites, changes in diet, problems with the intestines (such as allergy to foods), and the use of some medicines. Let’s learn some ways to help prevent diarrhoea from Dr Mridu Plaban Borah, a Paediatrician.
In this Video,
How common is Diarrhoea (Loose Motion) in Children? What is this problem? in Assamese (0:00)
What are the causes of Diarrhoea in Children? in Assamese (2:46)
Symptoms of Diarrhoea in Children? in Assamese (5:20)
What are the Complications? When to see a doctor? in Assamese (7:04)
Treatment of Diarrhoea in Children, in Assamese (10:27)
Subscribe Now & Live a Healthy Life!
স্বাস্থ্য প্লাছ নেটৱৰ্কে মেডিকেল জৰিত উপদেশ নিদিয়ে। ইয়াত দেখুৱা তথ্য খিনি সম্পূৰ্ণ জ্ঞান আহৰণৰ বাবে আৰু কোনো ধৰণৰ প্ৰফেচনেল উপদেশৰ আৰ্হি নহয়। যিকোনো স্বাস্থ্য সমস্যা বিশেষে ডক্তৰৰ পৰামৰ্শ লোৱা টো দৰকাৰী।
Swasthya Plus Network does not provide medical advice. Content on Swasthya Plus Network is for informational purposes only, and is not a substitute for the professional judgment of a doctor/health professional. Always seek the advice of a qualified health professional for your health concerns.
For feedback and business inquiries/ organise a doctor interview, contact Swasthya Plus Assamese at [email protected]
Swasthya Plus Assamese, the leading destination serving you with Health Tips in Assamese on health, hygiene, nutrition, lifestyle, and more!