#FootPainPhysiotherapy #AssameseHealthTips
ভৰিৰ বিষৰ অৰ্থ হ’ল ভৰিৰ এটা বা ততোধিক অংশত হোৱা যিকোনো বিষ বা অস্বস্তি। থিয় হৈ থকাৰ সময়ত আৰু য’লৈ যাব লাগে তালৈ খোজ কাঢ়ি যোৱাৰ সময়ত ভৰি দুখনে ওজন বহন কৰে। ইয়াৰ কাৰণে ভৰিৰ বিষ সাধাৰণতে দেখা যায়। গতিকে ভৰিৰ বিষৰ পৰা উপশম পাবলৈ কি কি ফিজিঅ’থেৰাপি ব্যায়াম? ফিজিঅ’থেৰাপিষ্ট ডাঃ জিন্টুমণি দাসৰ পৰা অধিক জানো আহক।
এই ভিডিঅ’টোত,
ভৰিৰ বিষৰ বাবে ফিজিঅ’থেৰাপীয়ে কি কৰিব পাৰে? (0:00)
ভৰিৰ বিষৰ বাবে কিমান সময়ৰ বাবে ফিজিঅ’থেৰাপিৰ প্ৰয়োজন হয়? (2:16)
ভৰিৰ বিষত সাধাৰণতে কোনবোৰ ব্যায়ামে সহায় কৰে? (4:13)
ভৰিৰ বিষৰ বাবে কোনবোৰ গতিবিধি পৰিহাৰ কৰিব লাগে? (7:53)
Foot pain refers to pain or discomfort in one or more parts of the foot. Causes of foot pain include multiple conditions. Physiotherapy can be an effective treatment option for foot pain. So, what physiotherapy exercises can relieve Foot Pain? How long does it take to heal the pain? Let’s know more from Dr Jintumani Das, a Physiotherapist.
In this Video,
How Physiotherapy can relieve Foot Pain? in Assamese (0:00)
How long does Physiotherapy take to heal Foot Pain? in Assamese (2:16)
Exercises to get relief from Foot Pain, in Assamese (4:13)
Exercises to avoid foot pain, in Assamese (7:53)
Subscribe Now & Live a Healthy Life!
স্বাস্থ্য প্লাছ নেটৱৰ্কে মেডিকেল জৰিত উপদেশ নিদিয়ে। ইয়াত দেখুৱা তথ্য খিনি সম্পূৰ্ণ জ্ঞান আহৰণৰ বাবে আৰু কোনো ধৰণৰ প্ৰফেচনেল উপদেশৰ আৰ্হি নহয়। যিকোনো স্বাস্থ্য সমস্যা বিশেষে ডক্তৰৰ পৰামৰ্শ লোৱা টো দৰকাৰী।
Swasthya Plus Network does not provide medical advice. Content on Swasthya Plus Network is for informational purposes only, and is not a substitute for the professional judgment of a doctor/health professional. Always seek the advice of a qualified health professional for your health concerns.
For feedback and business inquiries/ organise a doctor interview, contact Swasthya Plus Assamese at [email protected]
Swasthya Plus Assamese, the leading destination serving you with Health Tips in Assamese on health, hygiene, nutrition, lifestyle, and more!