#VitaminD #AssameseHealthTips
হাড় আৰু দাঁত সুস্থ কৰি ৰখাৰ বাবে ভিটামিন ডি অতি প্ৰয়োজনীয়। ইয়াৰ উপৰিও ই শৰীৰত প্ৰদাহ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা নিয়ন্ত্ৰণ কৰাকে ধৰি আন বহুতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গতিকে, ইয়াৰ কাম কি আৰু আমি কেনেকৈ ভিটামিন ডিৰ অভাৱৰ পৰা হাত সাৰিব পাৰো? সাধাৰণ চিকিৎসক ডাঃ দিশানি দাসৰ পৰা অধিক জানো আহক।
এই ভিডিঅ’টোত,
ভিটামিন ডি & ইয়াৰ কাৰ্য্য কি? (0:00)
আপুনি কেনেকৈ জানিব যে আপোনাৰ অভাৱ হৈছে? (1:45)
ভিটামিন ডিৰ অভাৱত কি হয়? (2:45)
অভাৱ কেনেকৈ দূৰ কৰিব পাৰি? (3:45)
প্ৰতিদিনে কিমান ভিটামিন ডি ঠিকেই আছে? (5:11)
ভিটামিন ডিৰ অভাৱ আৰু বিষক্ৰিয়াৰ মাজত কি পাৰ্থক্য আছে? (5:46)
Vitamin D is essential for maintaining healthy bones and teeth. It also plays many other important roles in the body, including regulating inflammation and immune function. Vitamin D deficiency can lead to muscle weakness, weak bones, fatigue, hair loss, and even depression. How much Vitamin D does your body need every day? What foods are rich in Vitamin D? Let’s know more from Dr Dishani Das, a General Physician.
In this Video,
Role of Vitamin D in our body, in Assamese (0:00)
Symptoms of Vitamin D Deficiency, in Assamese (1:45)
Causes of Vitamin D Deficiency, in Assamese (2:45)
Effective ways to increase your Vitamin D levels, in Assamese (3:45)
How much Vitamin D per day is good for health? in Assamese (5:11)
Difference between Vitamin D deficiency and Toxicity, in Assamese (5:46)
Subscribe Now & Live a Healthy Life!
স্বাস্থ্য প্লাছ নেটৱৰ্কে মেডিকেল জৰিত উপদেশ নিদিয়ে। ইয়াত দেখুৱা তথ্য খিনি সম্পূৰ্ণ জ্ঞান আহৰণৰ বাবে আৰু কোনো ধৰণৰ প্ৰফেচনেল উপদেশৰ আৰ্হি নহয়। যিকোনো স্বাস্থ্য সমস্যা বিশেষে ডক্তৰৰ পৰামৰ্শ লোৱা টো দৰকাৰী।
Swasthya Plus Network does not provide medical advice. Content on Swasthya Plus Network is for informational purposes only, and is not a substitute for the professional judgment of a doctor/health professional. Always seek the advice of a qualified health professional for your health concerns.
For feedback and business inquiries/ organise a doctor interview, contact Swasthya Plus Assamese at [email protected]
Swasthya Plus Assamese, the leading destination serving you with Health Tips in Assamese on health, hygiene, nutrition, lifestyle, and more!