#FatlossDiet #AssameseHealthTips
পেটৰ চৰ্বি বৃদ্ধি আজিৰ আধুনিক জীৱনশৈলীত এক সাধাৰণ সমস্যা হৈ পৰিছে। পেটত অত্যধিক চৰ্বি থাকিলে বিভিন্ন ৰোগ হ’ব পাৰে। গতিকে, পেটৰ চৰ্বি হ্ৰাস কৰিবলৈ কেনেধৰণৰ খাদ্য গ্ৰহণ কৰিব লাগে? আহক আমি ডায়েটিচিয়ান পূৰবী দত্তৰ পৰা অধিক জানো আহক।
এই ভিডিঅ’টোত,
পেটৰ চৰ্বি কিহৰ বাবে হয়? (0:00)
কেৱল খাদ্যাভ্যাস পৰিচালনা কৰি পেটৰ চৰ্বি কমাব পাৰিনে? (0:47)
পেটৰ চৰ্বি কমোৱাত কি কি খাদ্যই সহায় কৰে? (2:16)
পেটৰ চৰ্বি কম কৰিবলৈ আমি কি কি খাদ্য পৰিহাৰ কৰিব লাগে? (3:26)
পেটৰ চৰ্বি কমোৱাত সহায় কৰিব পৰা কোনো নিৰ্দিষ্ট পানীয় আছেনে? (4:35)
Increasing belly fat and obesity are common problems today. Obesity increases the risk of various diseases such as diabetes, cardiovascular diseases, and certain types of cancer. So, what kind of diet should you adopt to reduce belly fat? Let’s find out more from Purabi Dutta, a Dietician.
In this Video,
Causes of Belly Fat, in Assamese (0:00)
How can you reduce Belly Fat through diet? in Assamese (0:47)
Food that helps to reduce Belly Fat, in Assamese (2:16)
What foods should be avoided? in Assamese (3:26)
Are there any specific drinks that can help in reducing belly fat? in Assamese (4:35)
Subscribe Now & Live a Healthy Life!
স্বাস্থ্য প্লাছ নেটৱৰ্কে মেডিকেল জৰিত উপদেশ নিদিয়ে। ইয়াত দেখুৱা তথ্য খিনি সম্পূৰ্ণ জ্ঞান আহৰণৰ বাবে আৰু কোনো ধৰণৰ প্ৰফেচনেল উপদেশৰ আৰ্হি নহয়। যিকোনো স্বাস্থ্য সমস্যা বিশেষে ডক্তৰৰ পৰামৰ্শ লোৱা টো দৰকাৰী।
Swasthya Plus Network does not provide medical advice. Content on Swasthya Plus Network is for informational purposes only, and is not a substitute for the professional judgment of a doctor/health professional. Always seek the advice of a qualified health professional for your health concerns.
For feedback and business inquiries/ organise a doctor interview, contact Swasthya Plus Assamese at [email protected]
Swasthya Plus Assamese, the leading destination serving you with Health Tips in Assamese on health, hygiene, nutrition, lifestyle, and more!