#MenstrualHygiene #AssameseHealthTips
ঋতুস্ৰাৱৰ ভাল পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাটো স্বাস্থ্য আৰু মৰ্যাদাৰ বাবে অতি গুৰুত্বপূৰ্ণ। কিছুমান উপায় হ’ল আৰামত ফিট হোৱা চেনিটেৰী প্ৰডাক্ট (পেড, টেম্পন, বা ঋতুস্ৰাৱৰ কাপ) ব্যৱহাৰ কৰা আৰু প্ৰতি ৪-৮ ঘণ্টাৰ মূৰে মূৰে সলনি কৰা, প্ৰডাক্ট চম্ভালাৰ আগতে আৰু পিছত হাত ধোৱা। গতিকে, ঋতুস্ৰাৱৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা কি, ঋতুস্ৰাৱৰ সময়ত অনাময় পদ্ধতি, আৰু কি কি সামগ্ৰী ব্যৱহাৰ কৰিব লাগে? স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ ইছা গোৱেলৰ পৰা অধিক জানো আহক।
এই ভিডিঅ’টোত,
ঋতুস্ৰাৱৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা কি? (0:00)
ঋতুস্ৰাৱৰ বাবে চেনিটেৰী পদ্ধতি কি? (0:25)
ঋতুস্ৰাৱৰ সময়ত কোনবোৰ সামগ্ৰী সহায়ক হব পাৰে? (2:33)
চেনিটেৰী পেড কিমান সঘনাই সলনি কৰিব লাগে? (4:06)
চেনিটেৰী পেড ব্যৱহাৰ আৰু নিষ্কাশনৰ সঠিক উপায় কি? (4:32)
Menstruation is a regular discharge of blood from the vagina that happens once a month. Hygiene during the menstrual cycle/ periods days is essential. Proper hygiene prevents infections, skin irritation, and promotes overall well-being during menstruation. How often should one change the Sanitary Pad? How to maintain hygiene during periods? Let’s know more from Dr Ishaa Goel, an Obstetrician & Gynecologist.
In this Video,
What is Menstrual Hygiene? in Assamese (0:00)
What is the Sanitary procedure for Menstruation? in Assamese (0:25)
Which Products can be helpful during Menstruation? in Assamese (2:33)
How often should one change the Sanitary Pad? in Assamese (4:06)
What is the proper way to use and dispose of Sanitary Pads? in Assamese (4:32)
Subscribe Now & Live a Healthy Life!
স্বাস্থ্য প্লাছ নেটৱৰ্কে মেডিকেল জৰিত উপদেশ নিদিয়ে। ইয়াত দেখুৱা তথ্য খিনি সম্পূৰ্ণ জ্ঞান আহৰণৰ বাবে আৰু কোনো ধৰণৰ প্ৰফেচনেল উপদেশৰ আৰ্হি নহয়। যিকোনো স্বাস্থ্য সমস্যা বিশেষে ডক্তৰৰ পৰামৰ্শ লোৱা টো দৰকাৰী।
Swasthya Plus Network does not provide medical advice. Content on Swasthya Plus Network is for informational purposes only, and is not a substitute for the professional judgment of a doctor/health professional. Always seek the advice of a qualified health professional for your health concerns.
For feedback and business inquiries/ organise a doctor interview, contact Swasthya Plus Assamese at [email protected]
Swasthya Plus Assamese, the leading destination serving you with Health Tips in Assamese on health, hygiene, nutrition, lifestyle, and more!