#Piles #AssameseHealthTips
পাইলছ হৈছে মলদ্বাৰৰ ৰক্তবাহী নলীবোৰ ফুলি উঠা আৰু উখহি উঠা পৰিঘটনা। সাধাৰণতে কষ্টকৰ মল-মূত্ৰৰ বাবে এই ফুলা হয়। পাইলৰ বাবে লেজাৰ অস্ত্ৰোপচাৰত সাধাৰণ(পাইল) অস্ত্ৰোপচাৰ কৰ্মীয়ে পাইলৰ ওপৰত লেজাৰ ৰশ্মি নিৰ্দেশিত কৰে, যাৰ ফলত ই সংকুচিত হয়। গতিকে, কেতিয়া এনে অস্ত্ৰোপচাৰ কৰাটো বাঞ্ছনীয় আৰু ই নিৰাপদ নেকি? লেজাৰ প্ৰক্ট’লজিষ্ট ডাঃ কৌশিক ভ’ৰাৰ পৰা অধিক জানো আহক।
এই ভিডিঅ’টোত,
পাইলছ কি? (0:00)
এনে অস্ত্ৰোপচাৰ কেতিয়া কৰাটো বাঞ্ছনীয়? (1:23)
পাইলছৰ চিকিৎসা কেনেকৈ কৰিব? (2:45)
আৰোগ্য লাভৰ সময় কিমান? (5:35)
Piles or hemorrhoids are swollen and inflamed veins in the rectum and anus. Common symptoms include bleeding during bowel movements, itching, pain, and swelling. How to treat Piles? Let’s know more from Dr Kaushik Vora, a Laparoscopic Surgeon.
In this Video,
What are Piles? in Assamese (0:00)
When is such surgery recommended? in Assamese (1:23)
Treatment of Piles, in Assamese (2:45)
How long does it take to recover from Piles? in Assamese (5:35)
Subscribe Now & Live a Healthy Life!
স্বাস্থ্য প্লাছ নেটৱৰ্কে মেডিকেল জৰিত উপদেশ নিদিয়ে। ইয়াত দেখুৱা তথ্য খিনি সম্পূৰ্ণ জ্ঞান আহৰণৰ বাবে আৰু কোনো ধৰণৰ প্ৰফেচনেল উপদেশৰ আৰ্হি নহয়। যিকোনো স্বাস্থ্য সমস্যা বিশেষে ডক্তৰৰ পৰামৰ্শ লোৱা টো দৰকাৰী।
Swasthya Plus Network does not provide medical advice. Content on Swasthya Plus Network is for informational purposes only, and is not a substitute for the professional judgment of a doctor/health professional. Always seek the advice of a qualified health professional for your health concerns.
For feedback and business inquiries/ organise a doctor interview, contact Swasthya Plus Assamese at [email protected]
Swasthya Plus Assamese, the leading destination serving you with Health Tips in Assamese on health, hygiene, nutrition, lifestyle, and more!