#DiabeticKidneyDisease #AssameseHealthTips
ব্লাড চুগাৰে, বৃক্কৰ ৰক্তবাহী নলীৰ ক্ষতি কৰিব পাৰে। যেতিয়া ৰক্তবাহী নলীবোৰ ক্ষতিগ্ৰস্ত হয়, তেতিয়া সিহঁতে ইমান ভাল কাম নকৰে। ডায়েবেটিছ ৰোগত আক্ৰান্ত বহু লোকৰ উচ্চ ৰক্তচাপও হয়, যাৰ ফলত বৃক্কৰো ক্ষতি হ’ব পাৰে। গতিকে, আমি কেনেকৈ ডায়েবেটিছ & কিডনীৰ সমস্যাৰ চিকিৎসা আৰু প্ৰতিৰোধ কৰিব পাৰো? আহক অধিক জানো ইউৰ’লজিষ্ট ডাঃ বৰুণ কুমাৰৰ পৰা।
এই ভিডিঅ’টোত,
ডায়েবেটিছে বৃক্কত প্ৰভাৱ পেলায় নেকি? কেনেকৈ? (0:00)
ডায়েবেটিছ আক্ৰান্ত বৃক্কৰ ৰোগৰ লক্ষণ কি কি? (1:20)
ইয়াক কেনেকৈ ধৰা পৰে? (2:16)
ডায়েবেটিছ কিডনী ৰোগৰ চিকিৎসা কি? (2:52)
ডায়েবেটিক কিডনীৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰিবনে? কেনেকৈ? (4:15)
Diabetic Kidney Disease, also known as Diabetic Nephropathy, may occur in individuals with diabetes. Over time, uncontrolled diabetes can damage the small blood vessels (capillaries) in the kidneys, impairing their ability to filter waste products and excess fluids from the blood. What are the symptoms of Diabetic Kidney Disease? How to treat Diabetic Kidney Disease? Let’s know more from Dr Barun Kumar, a Urologist.
In this Video,
How does Diabetes affect the Kidneys? in Assamese (0:00)
Symptoms of Diabetic Kidney Disease, in Assamese (1:20)
Diagnosis of Diabetic Kidney Disease, in Assamese (2:16)
Treatment of Diabetic Kidney Disease, in Assamese (2:52)
Prevention of Diabetic Kidney Disease, in Assamese (4:15)
Subscribe Now & Live a Healthy Life!
স্বাস্থ্য প্লাছ নেটৱৰ্কে মেডিকেল জৰিত উপদেশ নিদিয়ে। ইয়াত দেখুৱা তথ্য খিনি সম্পূৰ্ণ জ্ঞান আহৰণৰ বাবে আৰু কোনো ধৰণৰ প্ৰফেচনেল উপদেশৰ আৰ্হি নহয়। যিকোনো স্বাস্থ্য সমস্যা বিশেষে ডক্তৰৰ পৰামৰ্শ লোৱা টো দৰকাৰী।
Swasthya Plus Network does not provide medical advice. Content on Swasthya Plus Network is for informational purposes only, and is not a substitute for the professional judgment of a doctor/health professional. Always seek the advice of a qualified health professional for your health concerns.
For feedback and business inquiries/ organise a doctor interview, contact Swasthya Plus Assamese at [email protected]
Swasthya Plus Assamese, the leading destination serving you with Health Tips in Assamese on health, hygiene, nutrition, lifestyle, and more!