#Cataracts #AssameseHealthTips
ছানি পৰা হ’ল ডাৱৰীয়া লেন্স। লেন্সখন আপোনাৰ চকুৰ ৰঙীন অংশটোৰ (আইৰিছ) পিছফালে স্থাপন কৰা হয়। লেন্সে আপোনাৰ চকুলৈ যোৱা পোহৰক কেন্দ্ৰ কৰি ৰেটিনাত স্পষ্ট, চোকা ছবি উৎপন্ন কৰে — চকুৰ পোহৰ-সংবেদনশীল আৱৰণ যিয়ে কেমেৰাৰ ফিল্মৰ দৰে কাম কৰে। এই বিষয়ে অধিক জানিবলৈ আহক ড০ জয়ন্ত দাসৰ পৰা।
এই ভিডিঅ’টোত আছে,
ছানি পৰা ৰোগ কি? (00:00)
কিমান বয়সত ইয়াৰ বিকাশ হয়? (2:08)
চকুৰ ছানি পৰাৰ লক্ষণসমূহ কি কি? (2:35)
শিশুৰ চকুৰ ছানি পৰা হব পাৰেনে? (3:43)
চকুৰ ছানি পৰাৰ চিকিৎসা কি? (5:03)
চকুৰ ছানি পৰা অস্ত্ৰোপচাৰৰ পিছত সাৱধানতা অথবা কৰিবলগীয়া আৰু নকৰিব লগীয়া? (5:51)
চকুৰ ছানি পৰা প্ৰতিৰোধ কৰিব পাৰিনে? (8:06)
কেতিয়া চিকিৎসকৰ ওচৰলৈ যাব লাগে? (9:47)
Cataracts are the clouding of the lens of your eye, which is normally clear. Most Cataracts develop slowly over time. How can Cataracts be treated? Let’s know more about this from Dr Jayanta Kumar Das, an Ophthalmologist.
In this Video,
What are Cataracts? in Assamese (00:00)
At what age does Cataracts develop? in Assamese (2:08)
Symptoms of Cataracts, in Assamese (2:35)
Can children get Cataracts? in Assamese (3:43)
What is the treatment for Cataracts? in Assamese (5:03)
Precautions after the Cataracts surgery, in Assamese (5:51)
Can Cataracts be prevented? in Assamese (8:06)
When should one see the doctor? in Assamese (9:47)
Subscribe Now & Live a Healthy Life!
স্বাস্থ্য প্লাছ নেটৱৰ্কে মেডিকেল জৰিত উপদেশ নিদিয়ে। ইয়াত দেখুৱা তথ্য খিনি সম্পূৰ্ণ জ্ঞান আহৰণৰ বাবে আৰু কোনো ধৰণৰ প্ৰফেচনেল উপদেশৰ আৰ্হি নহয়। যিকোনো স্বাস্থ্য সমস্যা বিশেষে ডক্তৰৰ পৰামৰ্শ লোৱা টো দৰকাৰী।
Swasthya Plus Network does not provide medical advice. Content on Swasthya Plus Network is for informational purposes only, and is not a substitute for the professional judgment of a doctor/health professional. Always seek the advice of a qualified health professional for your health concerns.
For feedback and business inquiries/ organise a doctor interview, contact Swasthya Plus Assamese at [email protected]
Swasthya Plus Assamese, the leading destination serving you with Health Tips in Assamese on health, hygiene, nutrition, lifestyle, and more!