#HealthyHair #AssameseHealthTips
বিভিন্ন সময়ত মানুহ চুলিৰ সমস্যাত ভুগে। চুলিত প্ৰচুৰ পৰিমাণে তেল লগোৱাৰ লগতে সুষম আহাৰ গ্ৰহণ কৰা উচিত। চুলিত কিদৰে চেম্পু লগোৱা উচিত, স্বাস্থ্যবান চুলিৰ বাবে কি কৰিব লাগে এই সকলোবোৰ ব্যক্ত কৰিছে চৰ্ম তথা চুলি ৰোগ বিশেষজ্ঞ ড০ অতুল বোথ্ৰাই।
এই ভিডিঅ’ত আছে,
চুলিৰ যত্ন কিদৰে লোৱা উচিত? (0:00)
কেৰাটিন আপোনাৰ চুলিৰ বাবে ভাল নেকি? (1:41)
প্ৰতিদিনে চেম্পু কৰা উচিত নে? (2:22)
যদি আপোনাৰ উফি আছে তেন্তে কি কৰিব? (3:01)
স্বাস্থ্যৱান চুলিৰ বাবে কি কি আহাৰ গ্ৰহণ কৰিব লাগে? (3:41)
Hair care is crucial for maintaining healthy and vibrant hair. Proper care promotes strength, shine, and manageability while preventing issues like breakage, split ends, and scalp conditions. How to take care of your Hair? What should be the diet for healthy hair? Let’s know more from Dr Atul Bothra, a Dermatologist.
In this Video,
How to take care of the hair? in Assamese (0:00)
Is Keratin good for your Hair? in Assamese (1:41)
Is it okay to shampoo every day? in Assamese (2:22)
Treatment of Dandruff, in Assamese (3:01)
Diet for Healthy Hair, in Assamese (3:41)
Subscribe Now & Live a Healthy Life!
স্বাস্থ্য প্লাছ নেটৱৰ্কে মেডিকেল জৰিত উপদেশ নিদিয়ে। ইয়াত দেখুৱা তথ্য খিনি সম্পূৰ্ণ জ্ঞান আহৰণৰ বাবে আৰু কোনো ধৰণৰ প্ৰফেচনেল উপদেশৰ আৰ্হি নহয়। যিকোনো স্বাস্থ্য সমস্যা বিশেষে ডক্তৰৰ পৰামৰ্শ লোৱা টো দৰকাৰী।
Swasthya Plus Network does not provide medical advice. Content on Swasthya Plus Network is for informational purposes only, and is not a substitute for the professional judgment of a doctor/health professional. Always seek the advice of a qualified health professional for your health concerns.
For feedback and business inquiries/ organise a doctor interview, contact Swasthya Plus Assamese at [email protected]
Swasthya Plus Assamese, the leading destination serving you with Health Tips in Assamese on health, hygiene, nutrition, lifestyle, and more!