#CBC #AssameseHealthTips
সম্পূৰ্ণ ব্লাড কাউণ্ট (চিবিচি পৰীক্ষা) হৈছে তেজৰ পৰীক্ষা। ইয়াক সামগ্ৰিক স্বাস্থ্যৰ ওপৰত চকু ৰাখিবলৈ আৰু ৰক্তহীনতা, সংক্ৰমণ আৰু লিউকেমিয়াকে ধৰি বহুতো অৱস্থা বিচাৰি উলিয়াবলৈ ব্যৱহাৰ কৰা হয়। সম্পূৰ্ণ তেজৰ গণনা কৰিলে কোষৰ সংখ্যা অস্বাভাৱিকভাৱে বৃদ্ধি বা হ্ৰাস দেখা যাব পাৰে। গতিকে, চিবিচি পৰীক্ষাৰ ইংগিত আৰু ফলাফল কি কি? অধিক জানো আহক ৰুক্মিণী বেজবৰুৱা, এগৰাকী পেথ’লজিষ্ট৷
এই ভিডিঅ’টোত,
চিবিচি পৰীক্ষা কি? (0:00)
চিবিচি পৰীক্ষা কৰাটো কিয় প্ৰয়োজনীয়? (0:58)
চিবিচি পৰীক্ষাই কি সূচায়? (2:35)
চিবিচি পৰীক্ষাৰ নমুনা কেনেকৈ লোৱা হয়? (4:39)
তেজ পৰীক্ষাৰ সময়ত কি কি সাৱধানতা অৱলম্বন কৰিব লাগে? (6:01)
চিবিচি পৰীক্ষা কিমান সঘনাই লোৱাৰ পৰামৰ্শ দিয়া হয়? (6:49)
A Complete Blood Count, or CBC, is a common blood test that is often part of a routine checkup. Complete blood counts can help detect a variety of disorders including infections, anaemia, diseases of the immune system & blood cancer. Let’s know more from Dr Rukmini Bezbaruah, a Pathologist.
In this Video,
What is CBC (Complete Blood Count) Test? in Assamese (0:00)
Importance of CBC Blood test, in Assamese (0:58)
What does the CBC test indicate? in Assamese (2:35)
How is the CBC test sample taken? in Assamese (4:39)
What precautions should be taken during the Blood test? in Assamese (6:01)
How often is it advised for CBC Blood test? in Assamese (6:49)
Subscribe Now & Live a Healthy Life!
স্বাস্থ্য প্লাছ নেটৱৰ্কে মেডিকেল জৰিত উপদেশ নিদিয়ে। ইয়াত দেখুৱা তথ্য খিনি সম্পূৰ্ণ জ্ঞান আহৰণৰ বাবে আৰু কোনো ধৰণৰ প্ৰফেচনেল উপদেশৰ আৰ্হি নহয়। যিকোনো স্বাস্থ্য সমস্যা বিশেষে ডক্তৰৰ পৰামৰ্শ লোৱা টো দৰকাৰী।
Swasthya Plus Network does not provide medical advice. Content on Swasthya Plus Network is for informational purposes only, and is not a substitute for the professional judgment of a doctor/health professional. Always seek the advice of a qualified health professional for your health concerns.
For feedback and business inquiries/ organise a doctor interview, contact Swasthya Plus Assamese at [email protected]
Swasthya Plus Assamese, the leading destination serving you with Health Tips in Assamese on health, hygiene, nutrition, lifestyle, and more!