#SummerSkinCare #AssameseHealthTips
গৰমৰ দিনবোৰ ঘূৰি অহাৰ লগে লগে আমাৰ ছালত পৰিৱৰ্তন হ’বলৈ আৰম্ভ কৰে। গোটেই দিনটো অত্যধিক গৰম আৰু আৰ্দ্ৰতাৰ বাবে আমাৰ ছালখনক অধিক সুৰক্ষাৰ প্ৰয়োজন হয় – ফোহা আৰু ৰ’দত পোৰাৰ পৰা আৰম্ভ কৰি টেন আৰু ব্ৰণলৈকে। গতিকে গ্ৰীষ্মকালীন ছালৰ অবাঞ্চিত সমস্যাৰ পৰা হাত সাৰিবলৈ আমি আমাৰ গ্ৰীষ্মকালীন ছালৰ যত্নৰ ৰুটিন নিয়ন্ত্ৰণত ৰখাটো অতি প্ৰয়োজনীয়। গতিকে, গ্ৰীষ্মকালত আমি আমাৰ ছালৰ যত্ন ল’ব পৰা উপায়বোৰ কি কি? ছালৰ যত্নৰ বিশেষজ্ঞ ডাঃ শাৰদী শ্ৰীময়ীৰ পৰা অধিক জানো আহক।
এই ভিডিঅ’টোত,
গৰমৰ দিনত ছালৰ যত্ন কেনেকৈ লব পাৰি? (0:00)
ভাল ছানস্ক্ৰীণ কেনেকৈ বাছি লয়? (4:17)
টেনিং কৰাটো আপোনাৰ ছালৰ বাবে বেয়া নেকি? (5:25)
গ্ৰীষ্মকালত ছালখন সুস্থ কৰি ৰখাৰ বাবে খাদ্যৰ কোনো পৰিৱৰ্তন? (6:12)
As the scorching summer rolls around, our skin begins to experience changes. With excessive heat and humidity all day, our skin requires more protection from sunburns to the tan and acne. So, what are the ways we can take care of our skin in summer? Let’s know more from Dr Sharadi Shreemoyee, an Aesthetic Physician.
In this Video,
How to care for your skin during the summer? in Assamese (0:00)
Tips for choosing a good sunscreen? in Assamese (4:17)
Is tanning harmful to the skin? in Assamese (5:25)
Dietary changes for healthy summer skin? in Assamese (6:12)
Subscribe Now & Live a Healthy Life!
স্বাস্থ্য প্লাছ নেটৱৰ্কে মেডিকেল জৰিত উপদেশ নিদিয়ে। ইয়াত দেখুৱা তথ্য খিনি সম্পূৰ্ণ জ্ঞান আহৰণৰ বাবে আৰু কোনো ধৰণৰ প্ৰফেচনেল উপদেশৰ আৰ্হি নহয়। যিকোনো স্বাস্থ্য সমস্যা বিশেষে ডক্তৰৰ পৰামৰ্শ লোৱা টো দৰকাৰী।
Swasthya Plus Network does not provide medical advice. Content on Swasthya Plus Network is for informational purposes only, and is not a substitute for the professional judgment of a doctor/health professional. Always seek the advice of a qualified health professional for your health concerns.
For feedback and business inquiries/ organise a doctor interview, contact Swasthya Plus Assamese at [email protected]
Swasthya Plus Assamese, the leading destination serving you with Health Tips in Assamese on health, hygiene, nutrition, lifestyle, and more!