#ComputerVisionSyndrome #EyeStrain #AssameseHealthTips
একবিংশ শতিকাত প্ৰৱেশ কৰাৰ লগে লগে ঘৰ আৰু কাৰ্যালয়ত কম্পিউটাৰৰ ব্যৱহাৰ বৃদ্ধিয়ে বিশেষকৈ চকুৰ বাবে স্বাস্থ্যজনিত বিপদ বৃদ্ধি কৰি আনে। চকুৰ এটা সমস্যা, যাক কম্পিউটাৰ ভিজন চিণ্ড্ৰম (CVS) বুলি কোৱা হয়, ই অধিক সংখ্যক লোকক আক্ৰান্ত কৰি আছে যিসকলে নিজকে অহৰহ কম্পিউটাৰৰ পৰ্দাৰ সন্মুখত দেখা পায়। গতিকে কম্পিউটাৰ ভিজন চিনড্ৰমৰ প্ৰতিৰোধৰ টিপছ নেকি? চকুৰ চিকিৎসক ডাঃ ইছা আগৰৱাল্লাৰ পৰা অধিক জানো আহক।
এই ভিডিঅ’টোত,
কম্পিউটাৰ ভিজন চিনড্ৰম কি? (0:00)
কিতাপ পঢ়ি কম্পিউটাৰ ভিজন চিনড্ৰম কিয় নহয়? (1:17)
কম্পিউটাৰ ভিজন চিনড্ৰমৰ লক্ষণ (2:20)
কেতিয়া চিকিৎসকৰ পৰামৰ্শ লব লাগে? (2:53)
কম্পিউটাৰ ভিজন চিনড্ৰম প্ৰতিৰোধ কৰিব পাৰিবনে? (3:31)
Computer Vision Syndrome (CVS) is a strain on the eyes that happens when you use a computer or digital device for a long period of time and especially when sitting in the wrong posture. So, how can we prevent Computer Vision Syndrome? Let’s find out more from Dr Isha Agarwalla, an Ophthalmologist.
In this Video,
What is Computer Vision Syndrome? in Assamese (0:00)
Why do you not get it from reading a book? in Assamese (1:17)
Symptoms of Computer Vision Syndrome, in Assamese (2:20)
When should you consult a doctor? in Assamese (2:53)
Prevention of Computer Vision Syndrome, in Assamese (3:31)
Subscribe Now & Live a Healthy Life!
স্বাস্থ্য প্লাছ নেটৱৰ্কে মেডিকেল জৰিত উপদেশ নিদিয়ে। ইয়াত দেখুৱা তথ্য খিনি সম্পূৰ্ণ জ্ঞান আহৰণৰ বাবে আৰু কোনো ধৰণৰ প্ৰফেচনেল উপদেশৰ আৰ্হি নহয়। যিকোনো স্বাস্থ্য সমস্যা বিশেষে ডক্তৰৰ পৰামৰ্শ লোৱা টো দৰকাৰী।
Swasthya Plus Network does not provide medical advice. Content on Swasthya Plus Network is for informational purposes only, and is not a substitute for the professional judgment of a doctor/health professional. Always seek the advice of a qualified health professional for your health concerns.
For feedback and business inquiries/ organise a doctor interview, contact Swasthya Plus Assamese at [email protected]
Swasthya Plus Assamese, the leading destination serving you with Health Tips in Assamese on health, hygiene, nutrition, lifestyle, and more!