Assamese

ডায়েৰিয়া আৰু ইয়াৰ স্বাস্থ্যজনিত প্ৰভাৱ? | Diarrhoea (Loose Motions) in Children | Dr Indira Das

#ChildCare #AssameseHealthTips ডায়েৰিয়া শিশুসকলৰ মাজত দেখা দিয়া এটা অতি সাধাৰণ সমস্যা। এই ৰোগৰ ফলত নানান সমস্যা দেখা দিয়ে। ডায়েৰিয়াৰ বিষয়ে বিস্তৃত ভাবে জনাব ডক্তৰ ইন্দিৰা দাস, শিশু চিকিৎসক। এই ভিডিওত আছে- শিশুসকলৰ মাজত ডায়েৰিয়া ৰোগটো হোৱা কিমান স্বাভাৱিক? (0:00) ডায়েৰিয়া হোৱা মূল কাৰণসমূহ? (0:39) শিশুসকলৰ মাজত ডায়েৰিয়াৰ লক্ষণ? (1:44) ডায়েৰিয়াৰ ফলত হোৱা সমস্যাসমূহ কি? (3:11) শিশুসকলৰ বাবে ডায়েৰিয়াৰ চিকিৎসা পদ্ধতি কি? (5:25) ডায়েৰিয়াৰ ক্ষেত্ৰত সুষম আহাৰ খোৱা নিয়মাৱলী কি? (7:41) ডায়েৰিয়া হ’লে ডাক্তৰৰ পৰামৰ্শ লোৱা কিমান জৰুৰি? (10:05) Diarrhoea is a disease most prevalent among children. Diarrhoea leads to multiple other health disorders which need to be taken care of. What are the most important points on diarrhoea and its impact on a child’s body? Let's know more from Dr Indira Das, a Paediatrician. In this Video, How common is diarrhoea (loose motion) in Children? What is this problem? (0:00) Causes of diarrhoea in Children (0:39) Symptoms of diarrhoea in Children (1:44) What are the Complications? When should one see the doctor? (3:11) Treatment of diarrhoea in Children (5:25) Dietary changes to help with diarrhoea (7:41) How important is it to consult a doctor and not opt for self treatment? (10:05) Subscribe Now & Live a Healthy Life! স্বাস্থ্য প্লাছ নেটৱৰ্কে মেডিকেল জৰিত উপদেশ নিদিয়ে। ইয়াত দেখুৱা তথ্য খিনি সম্পূৰ্ণ জ্ঞান আহৰণৰ বাবে আৰু কোনো ধৰণৰ প্ৰফেচনেল উপদেশৰ আৰ্হি নহয়। যিকোনো স্বাস্থ্য সমস্যা বিশেষে ডক্তৰৰ পৰামৰ্শ লোৱা টো দৰকাৰী। Swasthya Plus Network does not provide medical advice. Content on Swasthya Plus Network is for informational purposes only, and is not a substitute for the professional judgment of a doctor/health professional. Always seek the advice of a qualified health professional for your health concerns. For feedback and business inquiries/ organise a doctor interview, contact Swasthya Plus Assamese at [email protected] Swasthya Plus Assamese, the leading destination serving you with Health Tips in Assamese on health, hygiene, nutrition, lifestyle, and more!

দাঁতৰ গহ্বৰৰ সমস্যা মানে কি? | Dr Rituraj Barman on Oral Cavity in Assamese | Signs & Treatment

#DentalCare #AssameseHealthTips দাঁতৰ সমস্যাবোৰৰ ভিতৰত আটাইতকৈ বেছিকৈ হোৱা সমস্যাবিধ হৈছে দাঁতৰ গহ্বৰ( Tooth Cavity)ৰ সমস্যা ৷ বহু লোকে এই দাঁত পোকে খোৱা সমস্যা হোৱাৰ কাৰণ আৰু ইয়াৰ চিকিৎসাৰ পদ্ধতিসমুহৰ লগত অৱগত নহয়। গতিকে জানো আহক দাঁত কেভিটি মানে কি আৰু আমাক ইয়াৰ বিষয় অৱগত কৰাব দন্ত চিকিৎসক ডক্তৰ ঋতুৰাজ বৰ্মণ। এই ভিডিওত আছে, দাঁতৰ গহ্বৰ( Tooth Cavity)ৰ সমস্যা মানে কি? দাঁত পোকে খোৱা মূল কাৰণসমূহ ? দাঁতৰ গহ্বৰৰ আৰম্ভণি কি ধৰণে হয়? দাঁত ব্ৰাছ কৰা প্ৰক্ৰিয়া? দাঁতৰ গহ্বৰৰ বা কেভিটিৰ চিকিৎসাৰ ধৰণসমূহ? ৰুট কেনেলৰ চিকিৎসাৰ পদ্ধতি? ৰুট কেনেল কিমান দূৰ কষ্টদায়ক? সময়মতে দাঁত পোকে খোৱাৰ চিকিৎসা ন’হলে হোৱা সমস্যাসমূহ? Among all the oral problems we witness today, toothache or oral cavity is the most widespread problem. Maximum of the population are not even aware of the serious implications toothache can cause and the treatment methods for the same. Let's know more from Dr Rituraj Barman, a Dental Surgeon. In this Video, What is tooth decay or cavity? Causes of cavity Symptoms of cavity How to brush your teeth properly? Treatment of tooth cavity What is the procedure for Root Canal? Many people think Root canal is very painful. How far is it true? If not treated in time, what problems can toothache lead to? Subscribe Now & Live a Healthy Life! স্বাস্থ্য প্লাছ নেটৱৰ্কে মেডিকেল জৰিত উপদেশ নিদিয়ে। ইয়াত দেখুৱা তথ্য খিনি সম্পূৰ্ণ জ্ঞান আহৰণৰ বাবে আৰু কোনো ধৰণৰ প্ৰফেচনেল উপদেশৰ আৰ্হি নহয়। যিকোনো স্বাস্থ্য সমস্যা বিশেষে ডক্তৰৰ পৰামৰ্শ লোৱা টো দৰকাৰী। Swasthya Plus Network does not provide medical advice. Content on Swasthya Plus Network is for informational purposes only, and is not a substitute for the professional judgment of a doctor/health professional. Always seek the advice of a qualified health professional for your health concerns. For feedback and business inquiries/ organise a doctor interview, contact Swasthya Plus Assamese at [email protected] Swastha Plus Assamese, the leading destination serving you with Health Tips in Assamese on health, hygiene, nutrition, lifestyle, and more!