#DryMouth #AssameseHealthTips
মুখ শুকান বা জেৰষ্ট’মিয়া হয় যেতিয়া লালা উৎপাদন কমি যায়, যাৰ ফলত মুখখন শুকান আৰু অস্বস্তিকৰ অনুভৱ হয়। এই অৱস্থা বিভিন্ন কাৰকৰ ফলত হ’ব পাৰে, যেনে ঔষধ, বয়স বৃদ্ধি, ৰেডিয়’থেৰাপী। গতিকে, মুখ শুকান কি, ইয়াৰ চিকিৎসা আৰু প্ৰতিৰোধ কেনেকৈ কৰিব? দন্ত চিকিৎসক ডাঃ ছাইলেন্দ্ৰ দাসৰ পৰা অধিক জানো আহক।
এই ভিডিঅ’টোত,
মুখ শুকান কি? মুখ শুকান হোৱাটো কিমান সাধাৰণ? (0:00)
মুখ শুকান হোৱাৰ লক্ষণ কি কি? (1:16)
মুখ শুকান হোৱাৰ কাৰণ কি? (1:55)
মুখ শুকালে কি কি জটিলতা হয়? (2:38)
মুখ শুকান হোৱাৰ চিকিৎসা বা ব্যৱস্থাপনা কেনেকৈ কৰিব? (3:08)
মুখ শুকান হোৱাটো ৰোধ কৰিব পাৰিনে? (3:52)
Dry Mouth, or xerostomia, occurs when saliva production decreases, leaving the mouth feeling parched and uncomfortable. Dry Mouth can cause discomfort, difficulty swallowing, and trouble speaking or tasting food. How to treat Dry Mouth? Let’s know more from Dr Sailendra Das, a Dentist.
In this Video,
What is Dry Mouth? in Assamese (0:00)
Symptoms of Dry Mouth, in Assamese (1:16)
Causes of Dry Mouth, in Assamese (1:55)
Complications of Dry Mouth, in Assamese (2:38)
Treatment of Dry Mouth, in Assamese (3:08)
Prevention of Dry Mouth, in Assamese (3:52)
Subscribe Now & Live a Healthy Life!
স্বাস্থ্য প্লাছ নেটৱৰ্কে মেডিকেল জৰিত উপদেশ নিদিয়ে। ইয়াত দেখুৱা তথ্য খিনি সম্পূৰ্ণ জ্ঞান আহৰণৰ বাবে আৰু কোনো ধৰণৰ প্ৰফেচনেল উপদেশৰ আৰ্হি নহয়। যিকোনো স্বাস্থ্য সমস্যা বিশেষে ডক্তৰৰ পৰামৰ্শ লোৱা টো দৰকাৰী।
Swasthya Plus Network does not provide medical advice. Content on Swasthya Plus Network is for informational purposes only, and is not a substitute for the professional judgment of a doctor/health professional. Always seek the advice of a qualified health professional for your health concerns.
For feedback and business inquiries/ organise a doctor interview, contact Swasthya Plus Assamese at [email protected]
Swasthya Plus Assamese, the leading destination serving you with Health Tips in Assamese on health, hygiene, nutrition, lifestyle, and more!