#COPD #AssameseHealthTips
ক্ৰনিক অবষ্ট্ৰাক্টিভ পালমোনাৰী ডিজিজ (COPD) হৈছে হাওঁফাওঁৰ পৰা বায়ু প্ৰবাহত বাধাৰ সৃষ্টি কৰা এক ক্ৰনিক প্ৰদাহজনিত হাওঁফাওঁৰ ৰোগ। ইয়াৰ লক্ষণ আৰু প্ৰতিৰোধমূলক ব্যৱস্থাৰ বিষয়ে আমি সচেতন হোৱাটো অতি প্ৰয়োজনীয়। ইয়াৰ বিষয়ে আমাৰ বিশেষজ্ঞ ডাঃ গীতাৰ্থ বৰুৱাই কি কৈছে শুনো আহক।
এই ভিডিঅ’টোত আছে,
চিঅপিডি হ’ল কি ধৰণৰ হাওঁফাওঁৰ ৰোগ? (0:00)
চিঅপিডি হোৱাৰ কাৰণ কি কি? (0:29)
চিঅপিডি লক্ষণসমূহ কি কি? (1:05)
চিঅপিডি অধিক গুৰুতৰ হোৱাৰ কাৰণ কি কি? (2:17)
চিঅপিডি ফ্লেয়াৰ-আপ হ’লে কি কৰিব লাগে? (4:06)
চিঅপিডি চিকিৎসাৰ বিকল্প কি কি? (5:04)
চিঅপিডি প্ৰতিৰোধৰ বাবে কি কৰিব পাৰি? (6:09)
Chronic Obstructive Pulmonary Disease (COPD) is a chronic inflammatory lung disease that causes obstructed airflow from the lungs. It is very important that we are aware of it’s symptoms and preventative measures. Let’s know more from Dr Gitartha Baruah, a Pulmonologist.
In this Video,
What is COPD? in Assamese (0:00)
What are the risk factors of COPD? in Assamese (0:29)
What are the symptoms of COPD? in Assamese (1:05)
What is the life expectancy of COPD patients? in Assamese (2:17)
What to do when COPD flares up? in Assamese (4:06)
What are the treatment options for COPD? in Assamese (5:04)
What can be done to prevent COPD? in Assamese (6:09)
Subscribe Now & Live a Healthy Life!
স্বাস্থ্য প্লাছ নেটৱৰ্কে মেডিকেল জৰিত উপদেশ নিদিয়ে। ইয়াত দেখুৱা তথ্য খিনি সম্পূৰ্ণ জ্ঞান আহৰণৰ বাবে আৰু কোনো ধৰণৰ প্ৰফেচনেল উপদেশৰ আৰ্হি নহয়। যিকোনো স্বাস্থ্য সমস্যা বিশেষে ডক্তৰৰ পৰামৰ্শ লোৱা টো দৰকাৰী।
Swasthya Plus Network does not provide medical advice. Content on Swasthya Plus Network is for informational purposes only, and is not a substitute for the professional judgment of a doctor/health professional. Always seek the advice of a qualified health professional for your health concerns.
For feedback and business inquiries/ organise a doctor interview, contact Swasthya Plus Assamese at [email protected]
Swasthya Plus Assamese, the leading destination serving you with Health Tips in Assamese on health, hygiene, nutrition, lifestyle, and more!