#UrineInfection #UTI #AssameseHealthTips
প্ৰস্ৰাৱৰ সংক্ৰমণ সাধাৰণতে দেখা যায় আৰু ইয়াৰ ফলত মূত্ৰাশয়, বৃক্ক আৰু ইয়াৰ লগত সংযুক্ত নলীত প্ৰভাৱ পৰে। সাধাৰণতে বেক্টেৰিয়াৰ দ্বাৰা প্ৰস্ৰাৱ নলী সংক্ৰমিত হ’লে হয়। বেছিভাগ ক্ষেত্ৰতে আন্ত্ৰিক অংশৰ পৰা বেক্টেৰিয়া মূত্ৰনলীৰ মাজেৰে প্ৰস্ৰাৱ নলীত প্ৰৱেশ কৰে। গতিকে, আমি কেনেকৈ প্ৰস্ৰাৱৰ সংক্ৰমণৰ চিকিৎসা আৰু প্ৰতিৰোধ কৰিব পাৰো? আহক অধিক জানো ইউৰ’লজিষ্ট ডাঃ বৰুণ কুমাৰৰ পৰা।
এই ভিডিঅ’টোত,
প্ৰস্ৰাৱৰ সংক্ৰমণ স্বাভাৱিক নেকি? (0:00)
প্ৰস্ৰাৱৰ সংক্ৰমণৰ কাৰণ কি? (1:19)
আপুনি কেনেকৈ জানিব যে আপোনাৰ প্ৰস্ৰাৱৰ সংক্ৰমণ হৈছে? (2:27)
প্ৰস্ৰাৱৰ সংক্ৰমণৰ চিকিৎসা কি? (3:11)
প্ৰস্ৰাৱৰ সংক্ৰমণৰ সময়ত কি কি পৰিহাৰ কৰিব লাগে? (4:05)
Urinary Tract Infection (UTI) is an infection that affects any part of the urinary system, which includes the kidneys, bladder, ureters, and urethra. It occurs when bacteria or other pathogens enter the urinary tract and multiply, leading to an infection. What are the causes of Urinary Tract Infections? How to treat UTI? Let’s know more from Dr Barun Kumar, a Urologist.
In this Video,
What is Urinary Tract Infection (UTI)? in Assamese (0:00)
Causes of Urine Infection (UTI), in Assamese (1:19)
Symptoms of Urine Infection (UTI), in Assamese (2:27)
Treatment of Urine Infection (UTI), in Assamese (3:11)
Prevention of Urine Infection (UTI), in Assamese (4:05)
Subscribe Now & Live a Healthy Life!
স্বাস্থ্য প্লাছ নেটৱৰ্কে মেডিকেল জৰিত উপদেশ নিদিয়ে। ইয়াত দেখুৱা তথ্য খিনি সম্পূৰ্ণ জ্ঞান আহৰণৰ বাবে আৰু কোনো ধৰণৰ প্ৰফেচনেল উপদেশৰ আৰ্হি নহয়। যিকোনো স্বাস্থ্য সমস্যা বিশেষে ডক্তৰৰ পৰামৰ্শ লোৱা টো দৰকাৰী।
Swasthya Plus Network does not provide medical advice. Content on Swasthya Plus Network is for informational purposes only, and is not a substitute for the professional judgment of a doctor/health professional. Always seek the advice of a qualified health professional for your health concerns.
For feedback and business inquiries/ organise a doctor interview, contact Swasthya Plus Assamese at [email protected]
Swasthya Plus Assamese, the leading destination serving you with Health Tips in Assamese on health, hygiene, nutrition, lifestyle, and more!