#PregnancyExercises #AssameseHealthTips
গৰ্ভাৱস্থাত সাধাৰণতে ব্যায়াম নিৰাপদ আৰু উপকাৰী যদিও বিশেষকৈ গৰ্ভাৱস্থা আগবাঢ়ি যোৱাৰ লগে লগে কিছুমান ব্যায়াম পৰিহাৰ কৰিব লাগে। এই ব্যায়ামবোৰে আঘাত বা জটিলতাৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। গতিকে, গৰ্ভাৱস্থাত কি কি ব্যায়াম কৰিব লাগে আৰু পৰিহাৰ কৰিব লাগে? ফিজিঅ’থেৰাপিষ্ট প্ৰিয়ংকা ভূঞাৰ পৰা অধিক জানো আহক।
এই ভিডিঅ’টোত,
গৰ্ভাৱস্থাত ব্যায়াম কৰিব পাৰিবনে? (0:00)
কোনবোৰ ব্যায়ামৰ পৰামৰ্শ দিয়া হয়? (0:54)
গৰ্ভাৱস্থাত কোন মাহত ব্যায়াম আৰম্ভ আৰু বন্ধ কৰিব লাগে? (3:07)
ব্যায়াম কৰিলে ভ্ৰুণত কেনে প্ৰভাৱ পৰে? (4:13)
Exercise during pregnancy is important for maintaining overall health and well-being. What type of exercises should you do during pregnancy, and which should you not? Let’s know more from Dr Priyanka Bhuyan, a Physiotherapist.
In this Video,
Can all pregnant women Exercise? in Assamese (0:00)
What Exercises are recommended for pregnant women? in Assamese (0:54)
During which months of pregnancy should you Exercise? in Assamese (3:07)
Can Exercise affect fetal growth? in Assamese (4:13)
Subscribe Now & Live a Healthy Life!
স্বাস্থ্য প্লাছ নেটৱৰ্কে মেডিকেল জৰিত উপদেশ নিদিয়ে। ইয়াত দেখুৱা তথ্য খিনি সম্পূৰ্ণ জ্ঞান আহৰণৰ বাবে আৰু কোনো ধৰণৰ প্ৰফেচনেল উপদেশৰ আৰ্হি নহয়। যিকোনো স্বাস্থ্য সমস্যা বিশেষে ডক্তৰৰ পৰামৰ্শ লোৱা টো দৰকাৰী।
Swasthya Plus Network does not provide medical advice. Content on Swasthya Plus Network is for informational purposes only, and is not a substitute for the professional judgment of a doctor/health professional. Always seek the advice of a qualified health professional for your health concerns.
For feedback and business inquiries/ organise a doctor interview, contact Swasthya Plus Assamese at [email protected]
Swasthya Plus Assamese, the leading destination serving you with Health Tips in Assamese on health, hygiene, nutrition, lifestyle, and more!