#BreastCancer #AssameseHealthTips
স্তন কেন্সাৰ হৈছে এক প্ৰচলিত আৰু সম্ভাৱ্য জীৱন সংকটজনক ৰোগ যিয়ে প্ৰধানকৈ মহিলাক আক্ৰান্ত কৰে যদিও পুৰুষৰ ক্ষেত্ৰতো হ’ব পাৰে। সাধাৰণ লক্ষণসমূহ হ’ল স্তনত গোট বা ঘন হোৱা, স্তনৰ আকৃতি বা আকাৰৰ পৰিৱৰ্তন, নিপলৰ স্ৰাৱ, ছালৰ পৰিৱৰ্তন। গতিকে, স্তন কেন্সাৰ কি আৰু ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি? আহক আমি অংক’লজিষ্ট ডাঃ অংকিতা দাসৰ পৰা অধিক জানো।
এই ভিডিঅ’টোত,
স্তন কেন্সাৰ কি? (0:00)
স্তন কেন্সাৰৰ প্ৰকাৰ কি কি? (0:44)
স্তন কেন্সাৰৰ কাৰণ কি কি? (3:48)
মহিলাসকলে কি কি নিৰ্দিষ্ট লক্ষণৰ প্ৰতি চিন্তা কৰিব লাগে? (7:25)
কি বয়সত ইয়াৰ বিকাশ আৰম্ভ হব পাৰে? (9:38)
মেম’গ্ৰাম কি? (10:10)
কিমান সঘনাই মেম’গ্ৰাফী কৰিব লাগে? (11:10)
স্তন কেন্সাৰৰ চিকিৎসা কি? (13:45)
স্তন কেন্সাৰ প্ৰতিৰোধ কৰিব পাৰোনে? (16:40)
Detecting Breast Cancer early is crucial for successful treatment and better outcomes. Regular self-examinations, clinical breast exams, and mammograms can aid in early detection of Breast Cancer. What are the symptoms of Breast Cancer? How to treat Breast Cancer? Let’s know more from Dr Ankita Das, an Oncologist.
In this Video,
What is Breast Cancer? in Assamese (0:00)
Types of Breast Cancer, in Assamese (0:44)
Causes of Breast Cancer, in Assamese (3:48)
Symptoms of Breast Cancer, in Assamese (7:25)
At what age is breast cancer most likely to develop? in Assamese (9:38)
What are Mammograms? in Assamese (10:10)
How often should I get a Mammogram? in Assamese (11:10)
Treatment of Breast Cancer, in Assamese (13:45)
Prevention of Breast Cancer, in Assamese (16:40)
Subscribe Now & Live a Healthy Life!
স্বাস্থ্য প্লাছ নেটৱৰ্কে মেডিকেল জৰিত উপদেশ নিদিয়ে। ইয়াত দেখুৱা তথ্য খিনি সম্পূৰ্ণ জ্ঞান আহৰণৰ বাবে আৰু কোনো ধৰণৰ প্ৰফেচনেল উপদেশৰ আৰ্হি নহয়। যিকোনো স্বাস্থ্য সমস্যা বিশেষে ডক্তৰৰ পৰামৰ্শ লোৱা টো দৰকাৰী।
Swasthya Plus Network does not provide medical advice. Content on Swasthya Plus Network is for informational purposes only, and is not a substitute for the professional judgment of a doctor/health professional. Always seek the advice of a qualified health professional for your health concerns.
For feedback and business inquiries/ organise a doctor interview, contact Swasthya Plus Assamese at [email protected]
Swasthya Plus Assamese, the leading destination serving you with Health Tips in Assamese on health, hygiene, nutrition, lifestyle, and more!