#OvarianCancer #AssameseHealthTips
ডিম্বাশয়ৰ কৰ্কট ৰোগ হ’ল ডিম্বাশয়ত গঠন হোৱা কোষৰ বৃদ্ধি। কোষবোৰ দ্ৰুতগতিত বৃদ্ধি পায় আৰু শৰীৰৰ সুস্থ কলাবোৰ আক্ৰমণ কৰি ধ্বংস কৰিব পাৰে। গতিকে, আমি ডিম্বাশয়ৰ কৰ্কট ৰোগ কেনেকৈ প্ৰতিৰোধ আৰু চিকিৎসা কৰিব পাৰো? স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ ৰুছি আহমেদৰ পৰা অধিক জানো আহক।
এই ভিডিঅ’টোত,
ডিম্বাশয় & ইয়াৰ কাৰ্য্য কি? (0:00)
ডিম্বাশয়ৰ কৰ্কট ৰোগ কি? (0:39)
ডিম্বাশয়ৰ কৰ্কট ৰোগৰ সাধাৰণ লক্ষণসমূহ কি কি? (2:13)
ইয়াক কেনেকৈ ধৰা পৰে? কোনো সময়ে সময়ে পৰীক্ষা? (3:03)
ইয়াৰ চিকিৎসা কৰিব পাৰিনে? কেনেকৈ? (4:10)
ডিম্বাশয়ৰ কৰ্কট ৰোগ প্ৰতিৰোধ (5:29)
Ovarian Cancer is a form of cancer that occurs in the ovaries, the female organs that produce eggs. Ovarian cancer is a formidable and often asymptomatic disease. What are the Symptoms of Ovarian Cancer? How to treat Ovaries? Let’s know more from Dr Rushi Ahmed, a Gynaecologist.
In this Video,
Functions of Ovaries, in Assamese (0:00)
What is Ovarian Cancer? in Assamese (0:39)
Symptoms of Ovarian Cancer, in Assamese (2:13)
Diagnosis of Ovarian Cancer, in Assamese (3:03)
Treatment of Ovarian Cancer, in Assamese (4:10)
Prevention of Ovarian Cancer, in Assamese (5:29)
Subscribe Now & Live a Healthy Life!
স্বাস্থ্য প্লাছ নেটৱৰ্কে মেডিকেল জৰিত উপদেশ নিদিয়ে। ইয়াত দেখুৱা তথ্য খিনি সম্পূৰ্ণ জ্ঞান আহৰণৰ বাবে আৰু কোনো ধৰণৰ প্ৰফেচনেল উপদেশৰ আৰ্হি নহয়। যিকোনো স্বাস্থ্য সমস্যা বিশেষে ডক্তৰৰ পৰামৰ্শ লোৱা টো দৰকাৰী।
Swasthya Plus Network does not provide medical advice. Content on Swasthya Plus Network is for informational purposes only, and is not a substitute for the professional judgment of a doctor/health professional. Always seek the advice of a qualified health professional for your health concerns.
For feedback and business inquiries/ organise a doctor interview, contact Swasthya Plus Assamese at [email protected]
Swasthya Plus Assamese, the leading destination serving you with Health Tips in Assamese on health, hygiene, nutrition, lifestyle, and more!