#PreDiabetes #AssameseHealthTips
প্ৰি-ডায়েবেটিছ হৈছে এক গুৰুতৰ স্বাস্থ্যজনিত অৱস্থা য’ত তেজৰ চেনিৰ মাত্ৰা স্বাভাৱিকতকৈ বেছি হয়, কিন্তু এতিয়াও ইমান বেছি নহয় যে ইয়াক টাইপ ২ ডায়েবেটিছ বুলি ধৰা পেলাব পৰা যায়। গতিকে, ইয়াৰ লক্ষণসমূহ কি আৰু আমি ইয়াৰ চিকিৎসা কেনেকৈ কৰিব পাৰো? অন্তঃস্ৰাৱী বিশেষজ্ঞ সমীৰণ দাসৰ পৰা অধিক জানো আহক।
এই ভিডিঅ’টোত,
প্ৰি-ডায়েবেটিছ কণ্ডিচন কি? (0:00)
প্ৰি ডায়েবেটিছৰ লক্ষণসমূহ কি কি? (2:55)
প্ৰি ডায়েবেটিক অৱস্থাৰ ৰিস্ক ফেক্টৰ (4:24)
ৰোগ নিৰ্ণয়ৰ বাবে কি কি পৰীক্ষা উপলব্ধ? (5:04)
প্ৰি-ডায়েবেটিছৰ চিকিৎসা আৰু প্ৰতিৰোধ (6:15)
প্ৰি ডায়েবেটিছ ৰোগীয়ে পালন কৰিব লাগে খাদ্য? (7:40)
Prediabetes is a condition that occurs when blood sugar levels are higher than normal but not high enough to be classified as type 2 diabetes. People with prediabetes have an increased risk of developing type 2 diabetes, as well as other health complications. How to treat Prediabetes? Let’s know more from Dr Samiran Das, an Endocrinologist.
In this Video,
What is Pre-Diabetes? in Assamese (0:00)
Symptoms of Pre-Diabetes, in Assamese (2:55)
Risk factors of Pre-Diabetes, in Assamese (4:24)
Diagnosis of Pre-Diabetes, in Assamese (5:04)
Treatment and Prevention of Pre-Diabetes, in Assamese (6:15)
Diet for Pre-Diabetes, in Assamese (7:40)
Subscribe Now & Live a Healthy Life!
স্বাস্থ্য প্লাছ নেটৱৰ্কে মেডিকেল জৰিত উপদেশ নিদিয়ে। ইয়াত দেখুৱা তথ্য খিনি সম্পূৰ্ণ জ্ঞান আহৰণৰ বাবে আৰু কোনো ধৰণৰ প্ৰফেচনেল উপদেশৰ আৰ্হি নহয়। যিকোনো স্বাস্থ্য সমস্যা বিশেষে ডক্তৰৰ পৰামৰ্শ লোৱা টো দৰকাৰী।
Swasthya Plus Network does not provide medical advice. Content on Swasthya Plus Network is for informational purposes only, and is not a substitute for the professional judgment of a doctor/health professional. Always seek the advice of a qualified health professional for your health concerns.
For feedback and business inquiries/ organise a doctor interview, contact Swasthya Plus Assamese at [email protected]
Swasthya Plus Assamese, the leading destination serving you with Health Tips in Assamese on health, hygiene, nutrition, lifestyle, and more!