#SkinTag #AssameseHealthTips
সাধাৰণতে মানুহৰ দেহৰ ডিঙি, কাষলতিৰ তলত বা কৰ্ণচুকত Skin Tag হোৱা দেখা যায়। বংশগতভাৱেও Skin Tag হোৱাৰ সম্ভাৱনা থাকে। Skin Tagৰ কাৰণ, লক্ষণ তথা ইয়াৰ প্ৰতিকাৰ কি এই সকলো দিশৰ কথা ব্যক্ত কৰিছে চৰ্মৰোগ বিশেষজ্ঞ ড০ অতুল বোথ্ৰাই।
এই ভিডিঅ’ত আছে
ছালৰ আঁচিনা কি? ইয়াক কেনেদৰে প্ৰতিৰোধ কৰিব পাৰি? (0:00)
ইয়াৰৰ লক্ষণবোৰ কি কি? (1:00)
ছালৰ আঁচিনা , তিল আৰু আঁচিনাৰ মাজত পাৰ্থক্য কি? (1:25)
ছালৰ আঁচিনাৰ কাৰণবোৰ কি কি? (2:18)
এই ছালৰ আঁচিনা কেনেদৰে চিনাক্ত কৰিব পাৰি? (2:38)
ছালৰ আঁচিনা চিকিৎসা কিধৰণে কৰা হয়? (3:24)
A skin tag is a small, benign outgrowth of skin connected by a thin stalk. These soft, flesh-colored growths often occur in areas with friction, such as the neck, armpits, or groin. What causes Skin Tags? How to treat Skin Tags? Let’s know more from Dr Atul Bothra, a Dermatologist.
In this Video,
What are Skin Tags? in Assamese (0:00)
Symptoms of Skin Tags, in Assamese (1:00)
Difference between Skin Tags, Moles and Warts, in Assamese (1:25)
Causes of Skin Tags, in Assamese (2:18)
Diagnosis of Skin Tags, in Assamese (2:38)
Treatment of Skin Tags, in Assamese (3:24)
Subscribe Now & Live a Healthy Life!
স্বাস্থ্য প্লাছ নেটৱৰ্কে মেডিকেল জৰিত উপদেশ নিদিয়ে। ইয়াত দেখুৱা তথ্য খিনি সম্পূৰ্ণ জ্ঞান আহৰণৰ বাবে আৰু কোনো ধৰণৰ প্ৰফেচনেল উপদেশৰ আৰ্হি নহয়। যিকোনো স্বাস্থ্য সমস্যা বিশেষে ডক্তৰৰ পৰামৰ্শ লোৱা টো দৰকাৰী।
Swasthya Plus Network does not provide medical advice. Content on Swasthya Plus Network is for informational purposes only, and is not a substitute for the professional judgment of a doctor/health professional. Always seek the advice of a qualified health professional for your health concerns.
For feedback and business inquiries/ organise a doctor interview, contact Swasthya Plus Assamese at [email protected]
Swasthya Plus Assamese, the leading destination serving you with Health Tips in Assamese on health, hygiene, nutrition, lifestyle, and more!