#PlantarFasciitis #AssameseHealthTips
প্লাণ্টাৰ ফেচিয়াটিছত প্ৰতিখন ভৰিৰ তলৰ অংশৰ ওপৰেৰে গৈ গোৰোহাৰ হাড়ক ভৰিৰ আঙুলিৰ সৈতে সংযোগ কৰা কলাৰ ডাঠ বেণ্ড এটাৰ প্ৰদাহ হয়, যাক প্লাণ্টাৰ ফেচিয়া বুলি জনা যায়। গতিকে, ইয়াৰ কাৰণ কি আৰু আমি ইয়াৰ চিকিৎসা কেনেকৈ কৰিব পাৰো? অধিক জানো আহক কৃষানু কাকতি, এজন অস্থিৰোগ বিশেষজ্ঞৰ পৰা |
এই ভিডিঅ’টোত,
প্লাণ্টাৰ ফেচিয়াটিছ কি? (0:00)
প্লাণ্টাৰ ফেচিয়াটিছৰ কাৰণ কি? (0:44)
প্লাণ্টাৰ ফেচিয়াটিছৰ লক্ষণসমূহ কি কি? (2:16)
প্লাণ্টাৰ ফেচিয়াটিছৰ চিকিৎসা কেনেকৈ কৰিব? (3:15)
আৰোগ্যৰ সময়ছোৱাত মই খেল বা শাৰীৰিক কাৰ্য্যকলাপ অব্যাহত ৰাখিব পাৰিমনে? (5:21)
কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি? (6:00)
Plantar fasciitis is a common foot condition causing sharp heel pain due to inflammation of the plantar fascia, a ligament connecting the heel bone to the toes. Risk factors include obesity, age, and abnormal foot mechanics. How to treat Plantar Fasciitis? Let’s know more from Dr Krishanu Kakati, an Orthopaedic Surgeon.
In this Video,
What is Plantar Fasciitis? in Assamese (0:00)
Causes of Plantar Fasciitis, in Assamese (0:44)
Symptoms of Plantar Fasciitis, in Assamese (2:16)
Treatment of Plantar Fasciitis, in Assamese (3:15)
Can I continue with sports or physical activities during the recovery period? in Assamese (5:21)
Prevention of Plantar Fasciitis, in Assamese (6:00)
Subscribe Now & Live a Healthy Life!
স্বাস্থ্য প্লাছ নেটৱৰ্কে মেডিকেল জৰিত উপদেশ নিদিয়ে। ইয়াত দেখুৱা তথ্য খিনি সম্পূৰ্ণ জ্ঞান আহৰণৰ বাবে আৰু কোনো ধৰণৰ প্ৰফেচনেল উপদেশৰ আৰ্হি নহয়। যিকোনো স্বাস্থ্য সমস্যা বিশেষে ডক্তৰৰ পৰামৰ্শ লোৱা টো দৰকাৰী।
Swasthya Plus Network does not provide medical advice. Content on Swasthya Plus Network is for informational purposes only, and is not a substitute for the professional judgment of a doctor/health professional. Always seek the advice of a qualified health professional for your health concerns.
For feedback and business inquiries/ organise a doctor interview, contact Swasthya Plus Assamese at [email protected]
Swasthya Plus Assamese, the leading destination serving you with Health Tips in Assamese on health, hygiene, nutrition, lifestyle, and more!