#DiabeticRetinopathy #AssameseHealthTips
ডায়েবেটিক ৰেটিনোপেথী হৈছে ডায়েবেটিছৰ জটিলতা যিয়ে চকুত প্ৰভাৱ পেলায়। চকুৰ পিছফালে থকা পোহৰ সংবেদনশীল কলাৰ (ৰেটিনা) ৰক্তবাহী নলীৰ ক্ষতিৰ ফলত ইয়াৰ সৃষ্টি হয়। টাইপ ১ বা টাইপ ২ ডায়েবেটিছ ৰোগী যিকোনো ব্যক্তিৰ এই অৱস্থা হ’ব পাৰে। ডায়েবেটিছ যিমানেই বেছি দিন থাকে আৰু তেজৰ চেনিৰ পৰিমাণ কম নিয়ন্ত্ৰিত হয় সিমানেই চকুৰ এই জটিলতা হোৱাৰ সম্ভাৱনা বেছি। গতিকে, ইয়াক কেনেকৈ নিৰ্ণয় আৰু চিকিৎসা কৰিব পাৰি? অসম চিকিৎসা মহাবিদ্যালয়ৰ চকু বিভাগৰ অধ্যাপক ডাঃ তপন গগৈৰ পৰা অধিক জানো আহক।
এই ভিডিঅ’টোত,
ডায়েবেটিক ৰেটিনোপেথী কি? (0:00)
ডায়েবেটিক ৰেটিনোপেথীৰ মূল লক্ষণসমূহ কি কি? (3:07)
ইয়াক কেনেকৈ নিৰ্ণয় কৰা হয়? (5:00)
ডায়েবেটিক ৰেটিনোপেথীৰ চিকিৎসা কি কি? (9:33)
সুনিয়ন্ত্ৰিত ডায়েবেটিছ ৰোগী কোনোবাই ডায়েবেটিক ৰেটিনোপেথী হ’ব পাৰেনে? (14:43)
ডায়েবেটিছ ৰোগীয়ে কেতিয়া চকুৰ পৰীক্ষা আৰম্ভ কৰিব লাগে আৰু কিমান সঘনাই হ’ব লাগে? (16:01)
Diabetic Retinopathy, also known as diabetic eye disease, is a complication of diabetes that affects the eyes. Diabetic Retinopathy is a progressive condition that can lead to vision loss and blindness if left untreated. What are the symptoms of Diabetic Retinopathy? How to treat Diabetic Retinopathy? Let’s know from Dr Tapan Gogoi, an Ophthalmologist.
In this video,
What is Diabetic Retinopathy? in Assamese (0:00)
Symptoms of Diabetic Retinopathy, in Assamese (3:07)
Diagnosis of Diabetic Retinopathy, in Assamese (5:00)
Treatment of Diabetic Retinopathy, in Assamese (9:33)
Who is at risk of developing Diabetic Retinopathy? in Assamese (14:43)
How often should Diabetes Patients have Eye checkups? in Assamese (16:01)
Subscribe Now & Live a Healthy Life!
স্বাস্থ্য প্লাছ নেটৱৰ্কে মেডিকেল জৰিত উপদেশ নিদিয়ে। ইয়াত দেখুৱা তথ্য খিনি সম্পূৰ্ণ জ্ঞান আহৰণৰ বাবে আৰু কোনো ধৰণৰ প্ৰফেচনেল উপদেশৰ আৰ্হি নহয়। যিকোনো স্বাস্থ্য সমস্যা বিশেষে ডক্তৰৰ পৰামৰ্শ লোৱা টো দৰকাৰী।
Swasthya Plus Network does not provide medical advice. Content on Swasthya Plus Network is for informational purposes only, and is not a substitute for the professional judgment of a doctor/health professional. Always seek the advice of a qualified health professional for your health concerns.
For feedback and business inquiries/ organise a doctor interview, contact Swasthya Plus Assamese at [email protected]
Swasthya Plus Assamese, the leading destination serving you with Health Tips in Assamese on health, hygiene, nutrition, lifestyle, and more!