#AnaemiaDiet #AssameseHealthTips
শৰীৰৰ কলালৈ অক্সিজেন কঢ়িয়াই নিব পৰাকৈ পৰ্যাপ্ত সুস্থ ৰক্তকণিকা বা হিম’গ্লবিন নথকাৰ সমস্যা হ’ল ৰক্তহীনতা। হিম’গ্লবিন হৈছে ৰক্তকণিকাত পোৱা প্ৰ’টিন যিয়ে হাওঁফাওঁৰ পৰা শৰীৰৰ আন সকলো অংগলৈ অক্সিজেন কঢ়িয়াই লৈ যায়। ৰক্তহীনতা হ’লে ভাগৰুৱা, দুৰ্বলতা আৰু উশাহ-নিশাহৰ কষ্ট হ’ব পাৰে। গতিকে, স্বাস্থ্যসন্মত অভ্যাস আৰু খাদ্যাভ্যাস ৰক্তহীনতাৰ বাবে নেকি? পুষ্টিবিদ আইভী গগৈৰ পৰা অধিক জানো আহক।
এই ভিডিঅ’টোত,
ৰক্তহীনতা কি? কি কি খাদ্যই ৰক্তহীনতা প্ৰতিৰোধ কৰে? (0:00)
ৰক্তহীনতা ৰোগীয়ে কি কি খাদ্য গ্ৰহণ কৰিব লাগে? (0:59)
ঋতুস্ৰাৱ হোৱা লোকে ৰক্তহীনতা প্ৰতিৰোধৰ বাবে খাদ্যৰ বিশেষ যত্ন লোৱাৰ প্ৰয়োজন আছেনে? (1:45)
ৰক্তহীনতা প্ৰতিৰোধৰ বাবে কেঁচুৱা আৰু সৰু ল’ৰা-ছোৱালীয়ে কি খাদ্য গ্ৰহণ কৰিব লাগে? (3:00)
ৰক্তহীনতাত ভুগিলে কি কি খাদ্য পৰিহাৰ কৰিব লাগে? (3:44)
ৰক্তহীনতামুক্ত হোৱাৰ পিছত খাদ্য বন্ধ কৰিব পাৰিবনে? (4:46)
Anaemia is a condition in which you lack enough healthy red blood cells to carry adequate oxygen to your body’s tissues. Having Anaemia, also referred to as low haemoglobin, can make you feel tired and weak. Anaemia can be temporary or long-term and can range from mild to severe. How to overcome Anaemia by changing your diet? Let us know from Ivy Gogoi, a Dietician.
In this video,
What is Anaemia? in Assamese (0:00)
Food to eat with Anaemia, in Assamese (0:59)
Diet during Menstruation to prevent Anaemia, in Assamese (1:45)
Diet for Children to prevent Anaemia, in Assamese (3:00)
Foods to avoid if you have Anaemia, in Assamese (3:44)
How long to continue Anaemia diet? in Assamese (4:46)
Subscribe Now & Live a Healthy Life!
স্বাস্থ্য প্লাছ নেটৱৰ্কে মেডিকেল জৰিত উপদেশ নিদিয়ে। ইয়াত দেখুৱা তথ্য খিনি সম্পূৰ্ণ জ্ঞান আহৰণৰ বাবে আৰু কোনো ধৰণৰ প্ৰফেচনেল উপদেশৰ আৰ্হি নহয়। যিকোনো স্বাস্থ্য সমস্যা বিশেষে ডক্তৰৰ পৰামৰ্শ লোৱা টো দৰকাৰী।
Swasthya Plus Network does not provide medical advice. Content on Swasthya Plus Network is for informational purposes only, and is not a substitute for the professional judgment of a doctor/health professional. Always seek the advice of a qualified health professional for your health concerns.
For feedback and business inquiries/ organise a doctor interview, contact Swasthya Plus Assamese at [email protected]
Swasthya Plus Assamese, the leading destination serving you with Health Tips in Assamese on health, hygiene, nutrition, lifestyle, and more!