#OralHygiene #AssameseHealthTips
শিশুৰ সামগ্ৰিক স্বাস্থ্যৰ বাবে সুস্থ দাঁত গুৰুত্বপূৰ্ণ। শিশুক খোৱা-বোৱা আৰু কথা পতাত সহায় কৰে। শিশুৰ বাবে মৌখিক যত্ন আৰু মুখৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাই শিশুৰ ডাঙৰ হোৱাৰ লগে লগে দাঁতৰ ভাল অভ্যাস স্থাপন কৰাত সহায় কৰে। মুখৰ যত্ন ভাল নহ’লে সংক্ৰমণ, ৰোগ বা আন দাঁতৰ সমস্যা হ’ব পাৰে। গতিকে, শিশুৱে কি কি মৌখিক সমস্যাৰ সন্মুখীন হয় আৰু তেওঁলোকৰ দাঁত কিয় বেঁকা হয়? দন্ত চিকিৎসক ডাঃ জ্যোতিস্মিতা ঠাকুৰীয়াৰ পৰা অধিক জানো আহক।
এই ভিডিঅ’টোত,
শিশুৰ বাবে মুখৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ চমু পৰিচয় আৰু গুৰুত্ব (0:00)
শিশুৰ মৌখিক সমস্যা কি কি? (1:21)
কিছুমান শিশুৰ দাঁত বেঁকা হয়? সেইটো কেনেকৈ ঠিক কৰিব? (3:52)
পিতৃ-মাতৃয়ে কি কি উপায়েৰে সন্তানক দাঁত ব্ৰাছ কৰিবলৈ শিকাব পাৰে? (5:45)
Oral hygiene refers to the set of practices that help maintain the cleanliness of the mouth, teeth, and gums. It is important that oral hygiene be carried out on a regular basis to enable the prevention of dental disease and bad breath. How can we maintain Oral Hygiene? Let’s know more from Dr Jyotismita Thakuria, an Oral Medicine Specialist.
In this Video,
Importance of Oral Hygiene for Children, in Assamese (0:00)
What are the Oral problems faced by children? in Assamese (1:21)
How to fix crooked teeth? in Assamese (3:52)
Brushing Techniques for Children, in Assamese (5:45)
Subscribe Now & Live a Healthy Life!
স্বাস্থ্য প্লাছ নেটৱৰ্কে মেডিকেল জৰিত উপদেশ নিদিয়ে। ইয়াত দেখুৱা তথ্য খিনি সম্পূৰ্ণ জ্ঞান আহৰণৰ বাবে আৰু কোনো ধৰণৰ প্ৰফেচনেল উপদেশৰ আৰ্হি নহয়। যিকোনো স্বাস্থ্য সমস্যা বিশেষে ডক্তৰৰ পৰামৰ্শ লোৱা টো দৰকাৰী।
Swasthya Plus Network does not provide medical advice. Content on Swasthya Plus Network is for informational purposes only, and is not a substitute for the professional judgment of a doctor/health professional. Always seek the advice of a qualified health professional for your health concerns.
For feedback and business inquiries/ organise a doctor interview, contact Swasthya Plus Assamese at [email protected]
Swasthya Plus Assamese, the leading destination serving you with Health Tips in Assamese on health, hygiene, nutrition, lifestyle, and more!