#WhiteDischarge #AssameseHealthTips
লিউকোৰিয়া, মাইকী মানুহৰ যোনিৰ পৰা বগা ৰঙৰ স্ৰাৱৰ প্ৰবাহ যিটো স্বাভাৱিক হ’ব পাৰে বা সংক্ৰমণৰ লক্ষণ হ’ব পাৰে। এনে স্ৰাৱ যোনি, ডিম্বাশয় বা সাধাৰণতে জৰায়ুৰ মুখৰ পৰা উৎপত্তি হ’ব পাৰে। গতিকে, আমি লিউকোৰিয়াৰ চিকিৎসা আৰু প্ৰতিৰোধ কেনেকৈ কৰিব পাৰো? অধিক জানো আহক মল্লিকা বৰ্মন, এগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞ।
এই ভিডিঅ’টোত,
বগা স্ৰাৱ কি? (0:00)
বগা স্ৰাৱৰ প্ৰকাৰ (1:27)
বগা স্ৰাৱ যে অস্বাভাৱিক সেই কথা আপুনি কেনেকৈ জানিব? (2:34)
বগা স্ৰাৱ হোৱাৰ কাৰণ কি কি? (3:55)
বগা স্ৰাৱৰ চিকিৎসা (5:47)
দুৰ্গন্ধযুক্ত বগা স্ৰাৱ কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি? (6:27)
White Discharge, commonly known as Leukorrhea, refers to vaginal discharge that is typically white or milky in colour. Any changes in colour, odour, consistency, or accompanying symptoms might indicate an infection or other health issue. What are the causes and treatment of White Discharge / Leukorrhea? Let’s know more from Dr Mallika Barman, a Gynaecologist.
In this Video,
What is White Discharge (Leukorrhea)? (0:00)
Types of White Discharge (1:27)
How do you know that white discharge is abnormal? (2:34)
Causes of White Discharge (3:55)
Treatment of White Discharge (5:47)
Prevention of White Discharge (6:27)
Subscribe Now & Live a Healthy Life!
স্বাস্থ্য প্লাছ নেটৱৰ্কে মেডিকেল জৰিত উপদেশ নিদিয়ে। ইয়াত দেখুৱা তথ্য খিনি সম্পূৰ্ণ জ্ঞান আহৰণৰ বাবে আৰু কোনো ধৰণৰ প্ৰফেচনেল উপদেশৰ আৰ্হি নহয়। যিকোনো স্বাস্থ্য সমস্যা বিশেষে ডক্তৰৰ পৰামৰ্শ লোৱা টো দৰকাৰী।
Swasthya Plus Network does not provide medical advice. Content on Swasthya Plus Network is for informational purposes only, and is not a substitute for the professional judgment of a doctor/health professional. Always seek the advice of a qualified health professional for your health concerns.
For feedback and business inquiries/ organise a doctor interview, contact Swasthya Plus Assamese at [email protected]
Swasthya Plus Assamese, the leading destination serving you with Health Tips in Assamese on health, hygiene, nutrition, lifestyle, and more!