#Vitiligo #AssameseHealthTips
ভিটিলিগো হৈছে শৰীৰে নিজে প্ৰস্তুত কৰা এটা বেমাৰ। ভিটিলিগো গোটেই শৰীৰত হ’ব পাৰে। ভিটিলিগোৰ কাৰণ কি কি? ইয়াৰ চিকিৎসা কিদৰে হয়? এই সকলোবোৰ কথা কৈছে চৰ্মৰোগ বিশেষজ্ঞ ড০ অতুল বোথ্ৰাই।
এই ভিডিঅ’ত আছে,
ভিটিলিগো কি আৰু ইয়াৰ প্ৰকাৰ কি কি? (0:00)
ভিটিলিগোৰ লক্ষণসমূহ কি কি? (0:41)
ভিটিলিগো অন্যৰ স্পৰ্শৰ পৰা বিয়পে নেকি? (1:00)
ভিটিলিগোৰ কাৰণবোৰ কি? (1:34)
ভিটিলিগোৰ বাবে কোনো চিকিৎসা আছে নেকি? (2:15)
ভিটিলিগো কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি? (3:17)
ভিটিলিগো সম্পৰ্কে থকা পুৰণিকলীয়া ধাৰণা সম্পৰ্কে আপোনাৰ মত কি? (4:03)
Vitiligo is a skin condition where patches of the skin lose their colour, resulting in white or light-coloured patches. Vitiligo is an autoimmune disorder. What are the causes of Vitiligo? How to treat Vitiligo? Let’s know more from Dr Atul Bothra, a Dermatologist.
In this Video,
What is Vitiligo? in Assamese (0:00)
Symptoms of Vitiligo, in Assamese (0:41)
Does Vitiligo spread from touch? in Assamese (1:00)
Causes of Vitiligo, in Assamese (1:34)
Treatment of Vitiligo, in Assamese (2:15)
Prevention of Vitiligo, in Assamese (3:17)
Vitiligo Myth Buster, in Assamese (4:03)
Subscribe Now & Live a Healthy Life!
স্বাস্থ্য প্লাছ নেটৱৰ্কে মেডিকেল জৰিত উপদেশ নিদিয়ে। ইয়াত দেখুৱা তথ্য খিনি সম্পূৰ্ণ জ্ঞান আহৰণৰ বাবে আৰু কোনো ধৰণৰ প্ৰফেচনেল উপদেশৰ আৰ্হি নহয়। যিকোনো স্বাস্থ্য সমস্যা বিশেষে ডক্তৰৰ পৰামৰ্শ লোৱা টো দৰকাৰী।
Swasthya Plus Network does not provide medical advice. Content on Swasthya Plus Network is for informational purposes only, and is not a substitute for the professional judgment of a doctor/health professional. Always seek the advice of a qualified health professional for your health concerns.
For feedback and business inquiries/ organise a doctor interview, contact Swasthya Plus Assamese at [email protected]
Swasthya Plus Assamese, the leading destination serving you with Health Tips in Assamese on health, hygiene, nutrition, lifestyle, and more!