#BadBreath #Halitosis #AssameseHealthTips
মুখৰ দুৰ্গন্ধ, যাক চিকিৎসা বিজ্ঞানৰ ফালৰ পৰা হেলিট’ছিছ বুলি কোৱা হয়, ই দাঁতৰ স্বাস্থ্যৰ দুৰ্বল অভ্যাসৰ ফলত হ’ব পাৰে আৰু ই অন্যান্য স্বাস্থ্যজনিত সমস্যাৰ লক্ষণ হ’ব পাৰে। খোৱা খাদ্যৰ প্ৰকাৰ আৰু অন্যান্য অস্বাস্থ্যকৰ জীৱনশৈলীৰ অভ্যাসৰ বাবেও মুখৰ দুৰ্গন্ধ বেয়া হ’ব পাৰে। মুখৰ দুৰ্গন্ধৰ কাৰণ বুজি পোৱা আৰু প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰাটো অতি গুৰুত্বপূৰ্ণ। গতিকে, মুখৰ দুৰ্গন্ধৰ চিকিৎসা আৰু প্ৰতিৰোধ কেনেকৈ কৰিব পাৰি? দন্ত চিকিৎসক ডাঃ জ্যোতিস্মিতা ঠাকুৰীয়াৰ পৰা অধিক জানো আহক।
এই ভিডিঅ’টোত,
মুখৰ দুৰ্গন্ধ কি? (0:00)
মুখৰ দুৰ্গন্ধ সাময়িক নেকি? (1:05)
কিহৰ ফলত মুখৰ দুৰ্গন্ধ হব পাৰে? (2:49)
কেতিয়া চিকিৎসকৰ ওচৰলৈ যাব লাগে? (4:13)
মুখৰ দুৰ্গন্ধৰ কোনো চিকিৎসা আছে নেকি? (5:03)
মুখৰ দুৰ্গন্ধৰ প্ৰতিৰোধমূলক ব্যৱস্থা আছেনে? (6:33)
Bad Breath/ Halitosis is a persistent, unpleasant odor in exhaled breath. Bad Breath is caused by poor oral hygiene, gum disease, dry mouth, certain foods and alcohol, and smoking. How to get rid of bad breath? Let’s know more about the causes and preventive measures for bad breath from Dr Jyotismita Thakuria, an Oral Medicine Specialist.
In this Video,
What is Bad Breath (Halitosis)? in Assamese (0:00)
Is Bad Breath (Halitosis) temporary? in Assamese (1:05)
Cause of Bad Breath (Halitosis), in Assamese (2:49)
When to consult a doctor? in Assamese (4:13)
Treatment of Bad Breath (Halitosis), in Assamese (5:03)
Preventive Tips for Bad Breath (Halitosis), in Assamese (6:33)
Subscribe Now & Live a Healthy Life!
স্বাস্থ্য প্লাছ নেটৱৰ্কে মেডিকেল জৰিত উপদেশ নিদিয়ে। ইয়াত দেখুৱা তথ্য খিনি সম্পূৰ্ণ জ্ঞান আহৰণৰ বাবে আৰু কোনো ধৰণৰ প্ৰফেচনেল উপদেশৰ আৰ্হি নহয়। যিকোনো স্বাস্থ্য সমস্যা বিশেষে ডক্তৰৰ পৰামৰ্শ লোৱা টো দৰকাৰী।
Swasthya Plus Network does not provide medical advice. Content on Swasthya Plus Network is for informational purposes only, and is not a substitute for the professional judgment of a doctor/health professional. Always seek the advice of a qualified health professional for your health concerns.
For feedback and business inquiries/ organise a doctor interview, contact Swasthya Plus Assamese at [email protected]
Swasthya Plus Assamese, the leading destination serving you with Health Tips in Assamese on health, hygiene, nutrition, lifestyle, and more!