#Wrinkles #FineLines #AssameseHealthTips
বলিৰেখা আৰু মিহি ৰেখা বয়স বৃদ্ধিৰ অনিবাৰ্য লক্ষণ, বাৰে বাৰে পেশীৰ সংকোচন, ৰ’দৰ সংস্পৰ্শ, ধূমপান, কলাজেন আৰু ইলাষ্টিন হেৰুৱাৰ ফলত হয়। গতিকে, ইহঁতৰ কাৰণ, প্ৰকাৰ আৰু কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি? ছালৰ বিশেষজ্ঞ ডা কোমল আগৰৱালৰ পৰা অধিক জানো আহক।
এই ভিডিঅ’টোত,
বলিৰেখা আৰু মিহি ৰেখাৰ মাজত পাৰ্থক্য? (0:00)
বলিৰেখাৰ প্ৰকাৰ কি? (0:49)
ইয়াৰ কাৰণ কি কি? (1:27)
ছালৰ বয়স বৃদ্ধিৰ লগে লগেহে এইবোৰ হয়নে? (2:12)
ইয়াৰ পৰা কেনেকৈ মুক্তি পাব? (2:47)
ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি বা পলম কৰিব পাৰি? (5:07)
Wrinkles are the lines and crease that form in your skin & Fine lines are the initial stage of wrinkles. An unhealthy diet, smoking, excessive exposure to sunlight & aging are the main causes of Wrinkles & Fine Lines. How to prevent Fine lines & Wrinkles? Let’s know more from Dr Komal Agarwal, a Dermatologist.
In this Video,
Difference between Wrinkles & Fine Lines? in Assamese (0:00)
Types of Wrinkles & Fine Lines, in Assamese (0:49)
Cause of Wrinkles & Fine Lines, in Assamese (1:27)
Do Wrinkles & Fine Lines occur with skin aging? in Assamese (2:12)
Treatment of Wrinkles & Fine Lines, in Assamese (2:47)
Prevention of Wrinkles & Fine Lines, in Assamese (5:07)
Subscribe Now & Live a Healthy Life!
স্বাস্থ্য প্লাছ নেটৱৰ্কে মেডিকেল জৰিত উপদেশ নিদিয়ে। ইয়াত দেখুৱা তথ্য খিনি সম্পূৰ্ণ জ্ঞান আহৰণৰ বাবে আৰু কোনো ধৰণৰ প্ৰফেচনেল উপদেশৰ আৰ্হি নহয়। যিকোনো স্বাস্থ্য সমস্যা বিশেষে ডক্তৰৰ পৰামৰ্শ লোৱা টো দৰকাৰী।
Swasthya Plus Network does not provide medical advice. Content on Swasthya Plus Network is for informational purposes only, and is not a substitute for the professional judgment of a doctor/health professional. Always seek the advice of a qualified health professional for your health concerns.
For feedback and business inquiries/ organise a doctor interview, contact Swasthya Plus Assamese at [email protected]
Swasthya Plus Assamese, the leading destination serving you with Health Tips in Assamese on health, hygiene, nutrition, lifestyle, and more!