#FattyLiver #AssameseHealthTips
যকৃতত অতিৰিক্ত চৰ্বি জমা হৈ থকাৰ ফলত হোৱা এক সাধাৰণ অৱস্থা হ’ল ফেটি লিভাৰ ডিজিজ। বেছিভাগ মানুহৰে কোনো লক্ষণ দেখা নাযায়, আৰু ই তেওঁলোকৰ বাবে গুৰুতৰ সমস্যাৰ সৃষ্টি নকৰে। কিছুমান ক্ষেত্ৰত অৱশ্যে ইয়াৰ ফলত যকৃতৰ ক্ষতি হ’ব পাৰে। গতিকে, ফেটি লিভাৰ প্ৰতিৰোধ আৰু চিকিৎসাৰ উপায় কি কি? চিকিৎসা বিষয়া ডাঃ কুইন্সি চায়ানিকাৰ পৰা অধিক জানো আহক।
এই ভিডিঅ’টোত,
ফেটি লিভাৰ বা হেপাটিক ষ্টেট’ছিছ কি? (0:00)
যকৃত চৰ্বিযুক্ত হোৱাৰ কাৰণ কি? (0:36)
চৰ্বিযুক্ত যকৃতৰ লক্ষণ কি কি? (2:03)
চৰ্বিযুক্ত যকৃতৰ আশংকা কাৰ বেছি? কেনেকৈ ধৰা পৰে? (2:39)
চিকিৎসা কৰিব পৰা যায় নেকি? কেনেকৈ? (3:45)
চৰ্বিযুক্ত যকৃত কিমান গুৰুতৰ? (5:26)
চৰ্বিযুক্ত যকৃত প্ৰতিৰোধ কৰিব পাৰিনে? (6:40)
আমাৰ যকৃত কেনেকৈ সুস্থ কৰি ৰাখিব পাৰি? (8:15)
Fatty liver, also known as Hepatic Steatosis, is characterized by the accumulation of excess fat in the liver cells. Excessive fat in the Liver can lead to inflammation and damage to the liver tissue. Fatty liver has emerged as one of the biggest causes of liver cirrhosis. What are the causes of Fatty Liver? How to treat Fatty Liver? Let’s know more from Dr Quincy Chutia, a General Physician.
In this Video,
What is Fatty Liver or Hepatic Steatosis? in Assamese (0:00)
Causes of Fatty Liver, in Assamese (0:36)
Symptoms of Fatty Liver, in Assamese (2:03)
Diagnosis of Fatty Liver, in Assamese (2:39)
Treatment of Fatty Liver, in Assamese (3:45)
Risk Factors of Fatty Liver, in Assamese (5:26)
Prevention of Fatty Liver, in Assamese (6:40)
How to keep our Liver healthy? in Assamese (8:15)
Subscribe Now & Live a Healthy Life!
স্বাস্থ্য প্লাছ নেটৱৰ্কে মেডিকেল জৰিত উপদেশ নিদিয়ে। ইয়াত দেখুৱা তথ্য খিনি সম্পূৰ্ণ জ্ঞান আহৰণৰ বাবে আৰু কোনো ধৰণৰ প্ৰফেচনেল উপদেশৰ আৰ্হি নহয়। যিকোনো স্বাস্থ্য সমস্যা বিশেষে ডক্তৰৰ পৰামৰ্শ লোৱা টো দৰকাৰী।
Swasthya Plus Network does not provide medical advice. Content on Swasthya Plus Network is for informational purposes only, and is not a substitute for the professional judgment of a doctor/health professional. Always seek the advice of a qualified health professional for your health concerns.
For feedback and business inquiries/ organise a doctor interview, contact Swasthya Plus Assamese at [email protected]
Swasthya Plus Assamese, the leading destination serving you with Health Tips in Assamese on health, hygiene, nutrition, lifestyle, and more!