#UrinaryIncontinence #AssameseHealthTips
প্ৰস্ৰাৱৰ অসংযম হৈছে অনিচ্ছাকৃতভাৱে প্ৰস্ৰাৱৰ লিকেজ। ইয়াৰ অৰ্থ হ’ল এজন ব্যক্তিয়ে যেতিয়া ইচ্ছা নকৰে তেতিয়া প্ৰস্ৰাৱ কৰে। প্ৰস্ৰাৱৰ স্ফিংক্টাৰৰ ওপৰত নিয়ন্ত্ৰণ হয় হেৰাই যায় নহয় দুৰ্বল হয়। গতিকে, প্ৰস্ৰাৱৰ অসংযমৰ কাৰণ কি আৰু কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি? আহক অধিক জানো ইউৰ’লজিষ্ট ডাঃ মৃগংকা দেউৰী ভৰালীৰ পৰা।
এই ভিডিঅ’টোত,
প্ৰস্ৰাৱৰ অসংযমতা কি? (0:00)
প্ৰস্ৰাৱৰ অসংযমৰ কাৰণ কি? (0:35)
কিমান বয়সত প্ৰস্ৰাৱৰ অসংযম হোৱাৰ সম্ভাৱনা বেছি? (1:48)
প্ৰস্ৰাৱৰ অসংযমতা কেনেকৈ নিৰ্ণয় কৰিব পাৰি? (2:36)
চিকিৎসকৰ পৰামৰ্শ কেতিয়া কৰিব লাগে? (3:12)
প্ৰস্ৰাৱৰ অসংযম প্ৰতিৰোধ (3:40)
Urinary Incontinence refers to uncontrollable urine leaks or irregularities in passing urine. Urinary Incontinence includes passing urine without an urge to, wetting your clothes frequently, and urine leaks while lifting something heavy or while sneezing and coughing. What causes Urinary Incontinence? How to treat Urinary Incontinence? Let’s know from Dr Mriganka Deuri Bharali, an Urologist.
In this Video,
What is Urinary Incontinence? in Assamese (0:00)
Causes of Urinary Incontinence, in Assamese (0:35)
At what age is Urinary Incontinence more likely to develop? in Assamese (1:48)
Diagnosis of Urinary Incontinence, in Assamese (2:36)
When to consult a doctor for Urinary Incontinence? in Assamese (3:12)
Prevention of Urinary Incontinence, in Assamese (3:40)
Subscribe Now & Live a Healthy Life!
স্বাস্থ্য প্লাছ নেটৱৰ্কে মেডিকেল জৰিত উপদেশ নিদিয়ে। ইয়াত দেখুৱা তথ্য খিনি সম্পূৰ্ণ জ্ঞান আহৰণৰ বাবে আৰু কোনো ধৰণৰ প্ৰফেচনেল উপদেশৰ আৰ্হি নহয়। যিকোনো স্বাস্থ্য সমস্যা বিশেষে ডক্তৰৰ পৰামৰ্শ লোৱা টো দৰকাৰী।
Swasthya Plus Network does not provide medical advice. Content on Swasthya Plus Network is for informational purposes only, and is not a substitute for the professional judgment of a doctor/health professional. Always seek the advice of a qualified health professional for your health concerns.
For feedback and business inquiries/ organise a doctor interview, contact Swasthya Plus Assamese at [email protected]
Swasthya Plus Assamese, the leading destination serving you with Health Tips in Assamese on health, hygiene, nutrition, lifestyle, and more!