#ProstateEnlargement #AssameseHealthTips
প্ৰষ্টেট হৈছে এটা সৰু গ্ৰন্থি, যিটো পেলভিছত, লিংগ আৰু মূত্ৰাশয়ৰ মাজত অৱস্থিত। যদি প্ৰষ্টেট বৃদ্ধি পায় তেন্তে ই মূত্ৰাশয় আৰু মূত্ৰনলীত চাপ পেলাব পাৰে, যিটো নলীৰ মাজেৰে প্ৰস্ৰাৱ পাৰ হয়। গতিকে, প্ৰষ্টেট বৃদ্ধিৰ পৰীক্ষা আৰু চিকিৎসা কি কি? আহক অধিক জানো ইউৰ’লজিষ্ট ডাঃ মৃগংকা দেউৰী ভৰালীৰ পৰা।
এই ভিডিঅ’টোত,
প্ৰষ্টেটৰ সমস্যা কি কি? (0:00)
বৃদ্ধি পোৱা প্ৰষ্টেটৰ লক্ষণ? (1:00)
বৰ্ধিত প্ৰষ্টেটৰ বিপদাশংকা কাৰ আছে? (1:48)
প্ৰষ্টেটৰ সমস্যাৰ চিকিৎসা নকৰিলে কি হয়? (2:22)
প্ৰষ্টেট সমস্যাৰ পৰীক্ষা আৰু চিকিৎসা (3:14)
প্ৰষ্টেট চিকিৎসাৰ পিছত সাৱধানতা (4:25)
Prostate Enlargement, also known as Benign Prostatic Hyperplasia (BPH), is characterized by the non-cancerous growth of the prostate gland, which surrounds the urethra. Prostate Enlargement is a medical condition that affects men, especially as they get older. How to treat Prostate Enlargement? Let’s know more from Dr Mriganka Deuri Bharali, a Urologist.
In this Video,
What are Prostate problems? in Assamese (0:00)
Symptoms of Prostate Enlargement, in Assamese (1:00)
Who is at risk of developing Prostate Enlargement? in Assamese (1:48)
Complications of Prostate Enlargement, in Assamese (2:22)
Diagnosis and Treatment of Prostate Enlargement, in Assamese (3:14)
Precautions after Prostate treatment, in Assamese (4:25)
Subscribe Now & Live a Healthy Life!
স্বাস্থ্য প্লাছ নেটৱৰ্কে মেডিকেল জৰিত উপদেশ নিদিয়ে। ইয়াত দেখুৱা তথ্য খিনি সম্পূৰ্ণ জ্ঞান আহৰণৰ বাবে আৰু কোনো ধৰণৰ প্ৰফেচনেল উপদেশৰ আৰ্হি নহয়। যিকোনো স্বাস্থ্য সমস্যা বিশেষে ডক্তৰৰ পৰামৰ্শ লোৱা টো দৰকাৰী।
Swasthya Plus Network does not provide medical advice. Content on Swasthya Plus Network is for informational purposes only, and is not a substitute for the professional judgment of a doctor/health professional. Always seek the advice of a qualified health professional for your health concerns.
For feedback and business inquiries/ organise a doctor interview, contact Swasthya Plus Assamese at [email protected]
Swasthya Plus Assamese, the leading destination serving you with Health Tips in Assamese on health, hygiene, nutrition, lifestyle, and more!