#YellowTeeth #AssameseHealthTips
বয়স বৃদ্ধি, মুখৰ দুৰ্বল পৰিষ্কাৰ-পৰিচ্ছন্নতা, ধূমপান, কফি বা চাহ সেৱন, আৰু কিছুমান ঔষধকে ধৰি বিভিন্ন কাৰণৰ ফলত দাঁত হালধীয়া বা বিবৰ্ণ হ “ব পাৰে। তেন্তে, হালধীয়া দাঁত কি, সেইবোৰৰ চিকিৎসা আৰু প্ৰতিৰোধ কেনেকৈ কৰিব? এগৰাকী দন্ত চিকিৎসক ডাঃ শৈলেন্দ্ৰ দাসৰ পৰা অধিক জানিব পাৰি।
এই ভিডিঅ’টোত,
দাঁত হালধীয়া হোৱা বা দাঁতৰ ৰং সলনি হোৱা কি? (0:00)
দাঁত হালধীয়া হোৱা বা ৰং সলনি হোৱাৰ লক্ষণ কি কি? (0:51)
এই সমস্যাৰ চিকিৎসা কেনেকৈ কৰিব? (1:55)
দাঁতৰ ৰং সলনি হোৱা কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি? (2:21)
Yellow teeth or Teeth discoloration can occur due to various factors, such as poor oral hygiene, certain foods and drinks, and smoking. How to treat Yellow Teeth? Let’s know more from Dr Sailendra Das, a Dental Surgeon.
In this Video,
What is Yellowing of Teeth or Discolouration of Teeth? in Assamese (0:00)
Symptoms of Yellowing or Discolouration of Teeth? in Assamese (0:51)
Treatment of Tooth Discoloration, in Assamese (1:55)
Prevention of Tooth Discoloration, in Assamese (2:21)
Subscribe Now & Live a Healthy Life!
স্বাস্থ্য প্লাছ নেটৱৰ্কে মেডিকেল জৰিত উপদেশ নিদিয়ে। ইয়াত দেখুৱা তথ্য খিনি সম্পূৰ্ণ জ্ঞান আহৰণৰ বাবে আৰু কোনো ধৰণৰ প্ৰফেচনেল উপদেশৰ আৰ্হি নহয়। যিকোনো স্বাস্থ্য সমস্যা বিশেষে ডক্তৰৰ পৰামৰ্শ লোৱা টো দৰকাৰী।
Swasthya Plus Network does not provide medical advice. Content on Swasthya Plus Network is for informational purposes only, and is not a substitute for the professional judgment of a doctor/health professional. Always seek the advice of a qualified health professional for your health concerns.
For feedback and business inquiries/ organise a doctor interview, contact Swasthya Plus Assamese at [email protected]
Swasthya Plus Assamese, the leading destination serving you with Health Tips in Assamese on health, hygiene, nutrition, lifestyle, and more!