#DentalCare #AssameseHealthTips
দাঁতৰ সমস্যাবোৰৰ ভিতৰত আটাইতকৈ বেছিকৈ হোৱা সমস্যাবিধ হৈছে দাঁতৰ গহ্বৰ( Tooth Cavity)ৰ সমস্যা ৷ বহু লোকে এই দাঁত পোকে খোৱা সমস্যা হোৱাৰ কাৰণ আৰু ইয়াৰ চিকিৎসাৰ পদ্ধতিসমুহৰ লগত অৱগত নহয়। গতিকে জানো আহক দাঁত কেভিটি মানে কি আৰু আমাক ইয়াৰ বিষয় অৱগত কৰাব দন্ত চিকিৎসক ডক্তৰ ঋতুৰাজ বৰ্মণ।
এই ভিডিওত আছে,
দাঁতৰ গহ্বৰ( Tooth Cavity)ৰ সমস্যা মানে কি?
দাঁত পোকে খোৱা মূল কাৰণসমূহ ?
দাঁতৰ গহ্বৰৰ আৰম্ভণি কি ধৰণে হয়?
দাঁত ব্ৰাছ কৰা প্ৰক্ৰিয়া?
দাঁতৰ গহ্বৰৰ বা কেভিটিৰ চিকিৎসাৰ ধৰণসমূহ?
ৰুট কেনেলৰ চিকিৎসাৰ পদ্ধতি?
ৰুট কেনেল কিমান দূৰ কষ্টদায়ক?
সময়মতে দাঁত পোকে খোৱাৰ চিকিৎসা ন’হলে হোৱা সমস্যাসমূহ?
Among all the oral problems we witness today, toothache or oral cavity is the most widespread problem. Maximum of the population are not even aware of the serious implications toothache can cause and the treatment methods for the same. Let’s know more from Dr Rituraj Barman, a Dental Surgeon.
In this Video,
What is tooth decay or cavity?
Causes of cavity
Symptoms of cavity
How to brush your teeth properly?
Treatment of tooth cavity
What is the procedure for Root Canal?
Many people think Root canal is very painful. How far is it true?
If not treated in time, what problems can toothache lead to?
Subscribe Now & Live a Healthy Life!
স্বাস্থ্য প্লাছ নেটৱৰ্কে মেডিকেল জৰিত উপদেশ নিদিয়ে। ইয়াত দেখুৱা তথ্য খিনি সম্পূৰ্ণ জ্ঞান আহৰণৰ বাবে আৰু কোনো ধৰণৰ প্ৰফেচনেল উপদেশৰ আৰ্হি নহয়। যিকোনো স্বাস্থ্য সমস্যা বিশেষে ডক্তৰৰ পৰামৰ্শ লোৱা টো দৰকাৰী।
Swasthya Plus Network does not provide medical advice. Content on Swasthya Plus Network is for informational purposes only, and is not a substitute for the professional judgment of a doctor/health professional. Always seek the advice of a qualified health professional for your health concerns.
For feedback and business inquiries/ organise a doctor interview, contact Swasthya Plus Assamese at [email protected]
Swastha Plus Assamese, the leading destination serving you with Health Tips in Assamese on health, hygiene, nutrition, lifestyle, and more!