#AcuteFebrilleIllness #AssameseHealthTips
তাপমাত্ৰা ৩৭.৫ ডিগ্ৰী চেলছিয়াছ (৯৯.৫ ডিগ্ৰী ফাৰেনহাইট)তকৈ অধিক হ’লে শৰীৰৰ এক অস্বাভাৱিক অৱস্থা হ’ল তীব্ৰ জ্বৰজনিত ৰোগ। সংক্ৰামক ৰোগে সৰ্বাধিক জ্বৰজনিত ৰোগৰ সৃষ্টি কৰে। ইয়াৰ ভিতৰত বেক্টেৰিয়া, ভাইৰাছ, পৰজীৱী বা ভেঁকুৰৰ সংক্ৰমণ আদি থাকিব পাৰে। গতিকে, ইয়াৰ লক্ষণসমূহ কি, ইয়াক কেনেকৈ নিৰ্ণয় আৰু চিকিৎসা কৰা হয়? আহক অধিক জানো চিকিৎসা বিষয়া ডাঃ অভিনৱ চাংকাকোটিৰ পৰা।
এই ভিডিঅ’টোত,
তীব্ৰ জ্বৰ ৰোগ কি? (0:00)
তীব্ৰ জ্বৰজনিত ৰোগ ৰ কাৰণ কি? (0:28)
জ্বৰ আৰু তীব্ৰ জ্বৰ ৰোগৰ মাজত পাৰ্থক্য কি? (1:48)
তীব্ৰ জ্বৰজনিত ৰোগ কেনেকৈ নিৰ্ণয় কৰিব পাৰি? (2:07)
তীব্ৰ জ্বৰজনিত ৰোগ ৰ চিকিৎসা কেনেকৈ কৰিব? (2:46)
তীব্ৰ জ্বৰজনিত ৰোগ হ’লে কি কি জীৱনশৈলীৰ পৰিৱৰ্তন আৰু খাদ্যাভ্যাস অন্তৰ্ভুক্ত কৰিব লাগে? (3:45)
Acute Febrile Illness (AFI) refers to a sudden onset of fever, often accompanied by symptoms such as chills, muscle pain, headache, and fatigue. Acute Febrile Illness typically lasts for a few days to a week. What causes Acute Febrile Illness? How to treat Acute Febrile Illness? Let’s know more from Dr Abhinav Changkakoti, a General Physician.
In this Video,
What is Acute Febrile Illness? in Assamese (0:00)
Causes of Acute Febrile Illness, in Assamese (0:28)
Difference between Fever & Acute Febrile Illness, in Assamese (1:48)
Diagnosis of Acute Febrile Illness, in Assamese (2:07)
Treatment of Acute Febrile Illness, in Assamese (2:46)
Dietary & Lifestyle changes for Acute Febrile Illness, in Assamese (3:45)
Subscribe Now & Live a Healthy Life!
স্বাস্থ্য প্লাছ নেটৱৰ্কে মেডিকেল জৰিত উপদেশ নিদিয়ে। ইয়াত দেখুৱা তথ্য খিনি সম্পূৰ্ণ জ্ঞান আহৰণৰ বাবে আৰু কোনো ধৰণৰ প্ৰফেচনেল উপদেশৰ আৰ্হি নহয়। যিকোনো স্বাস্থ্য সমস্যা বিশেষে ডক্তৰৰ পৰামৰ্শ লোৱা টো দৰকাৰী।
Swasthya Plus Network does not provide medical advice. Content on Swasthya Plus Network is for informational purposes only, and is not a substitute for the professional judgment of a doctor/health professional. Always seek the advice of a qualified health professional for your health concerns.
For feedback and business inquiries/ organise a doctor interview, contact Swasthya Plus Assamese at [email protected]
Swasthya Plus Assamese, the leading destination serving you with Health Tips in Assamese on health, hygiene, nutrition, lifestyle, and more!