#Dementia #MemoryLoss #AssameseHealthTips
ডিমেনচিয়া হৈছে স্মৃতিশক্তি, চিন্তাধাৰা আৰু সামাজিক ক্ষমতাক প্ৰভাৱিত কৰা লক্ষণৰ এটা গোটক বুজাবলৈ ব্যৱহাৰ কৰা এটা শব্দ। ডিমেনচিয়া ৰোগীৰ ক্ষেত্ৰত এই লক্ষণসমূহে তেওঁলোকৰ দৈনন্দিন জীৱনত বাধাৰ সৃষ্টি কৰে। বয়সস্থ প্ৰাপ্তবয়স্কৰ ডিমেনচিয়া ৰোগৰ আটাইতকৈ বেছি কাৰণ এলঝেইমাৰ ৰোগ যদিও ডিমেনচিয়াৰ আন কাৰণো আছে। আমি কেনেকৈ ডিমেনচিয়াৰ চিকিৎসা আৰু প্ৰতিৰোধ কৰিব পাৰো? আহক অধিক জানো স্নায়ুচাৰ্জন ডাঃ দিব্যজ্যোতি বৰাৰ পৰা।
এই ভিডিঅ’টোত,
ডিমেনচিয়া কি? (0:00)
ডিমেনচিয়া ৰোগত আক্ৰান্ত কোন? (0:20)
ডিমেনচিয়াৰ সাধাৰণ লক্ষণসমূহ কি কি? (1:28)
ডিমেনচিয়াৰ কাৰণ কি কি? (2:43)
ডিমেনচিয়াৰ চিকিৎসা বা নিয়ন্ত্ৰণ কেনেকৈ কৰে? (3:18)
ডিমেনচিয়া ৰোগীৰ যত্ন লোৱাৰ সময়ত কৰিব লাগে আৰু কৰিব নালাগে? (4:20)
আপুনি ইয়াক প্ৰতিৰোধ কৰিব পাৰিবনে? (5:22)
Dementia refers to a decline in cognitive function, including memory loss, impaired judgment, and difficulty with communication and daily activities. It is a progressive and chronic condition that affects a person’s ability to think, reason, and remember. What is the treatment for Dementia? Let’s know more from Dr Dibyojyoti Bora, a Neurosurgeon.
In this Video,
What is Dementia? in Assamese (0:00)
Who is at risk of developing Dementia? in Assamese (0:20)
Symptoms of Dementia, in Assamese (1:28)
Causes of Dementia, in Assamese (2:43)
Treatment of Dementia, in Assamese (3:18)
What to do & what not with Dementia? in Assamese (4:20)
Prevention of Dementia, in Assamese (5:22)
Subscribe Now & Live a Healthy Life!
স্বাস্থ্য প্লাছ নেটৱৰ্কে মেডিকেল জৰিত উপদেশ নিদিয়ে। ইয়াত দেখুৱা তথ্য খিনি সম্পূৰ্ণ জ্ঞান আহৰণৰ বাবে আৰু কোনো ধৰণৰ প্ৰফেচনেল উপদেশৰ আৰ্হি নহয়। যিকোনো স্বাস্থ্য সমস্যা বিশেষে ডক্তৰৰ পৰামৰ্শ লোৱা টো দৰকাৰী।
Swasthya Plus Network does not provide medical advice. Content on Swasthya Plus Network is for informational purposes only, and is not a substitute for the professional judgment of a doctor/health professional. Always seek the advice of a qualified health professional for your health concerns.
For feedback and business inquiries/ organise a doctor interview, contact Swasthya Plus Assamese at [email protected]
Swasthya Plus Assamese, the leading destination serving you with Health Tips in Assamese on health, hygiene, nutrition, lifestyle, and more!