#Physiotherapy #NeckPain #AssameseHealthTips
ডিঙিত বিষ আজিৰ দিনত সাধাৰণ সমস্যা। বেয়া ভংগীমাই — কম্পিউটাৰৰ ওপৰত হেলান দিয়াৰ পৰাই হওক বা ৱৰ্কবেঞ্চৰ ওপৰত কুঁজৰাই থকাৰ পৰাই হওক — ডিঙিৰ পেশীবোৰত টান পৰে। অষ্টিঅ’আৰ্থাইটিছও ডিঙিৰ বিষৰ এটা সাধাৰণ কাৰণ। সেয়েহে আমি ডিঙিৰ বিষৰ পৰা হাত সাৰিবলৈ সঠিক সময়ত ফিজিঅ’থেৰাপিৰ পথ বাছি ল’ব লাগিব। গতিকে ডিঙিৰ বিষৰ পৰা উপশম পাবলৈ কি কি ফিজিঅ’থেৰাপি ব্যায়াম? ফিজিঅ’থেৰাপিষ্ট ডাঃ জিন্টুমণি দাসৰ পৰা অধিক জানো আহক।
এই ভিডিঅ’টোত,
ডিঙিৰ বিষৰ (0:00)
ভংগীমাৰে ডিঙিৰ বিষত প্ৰভাৱ পেলায় নেকি? (1:00)
ডিঙিত বিষ হোৱাৰ মূল কাৰণবোৰ কি কি? (3:08)
ডিঙিৰ বিষৰ পৰা হাত সাৰিবলৈ কি কি উপায় আছে? (6:19)
ডিঙিৰ বিষৰ পৰা উপশম পাবলৈ কিছুমান ফিজিঅ’থেৰাপি ব্যায়াম (9:03)
Working for a long period of time in one position can cause severe neck pain. Stiffness and constant pain in the neck make you uncomfortable. So, what physiotherapy exercises can give relief from neck pain? Let’s know more from Dr Jintumani Das, a Physiotherapist.
In this Video,
What is Neck Pain? in Assamese (0:00)
Does posture affect Neck Pain? in Assamese (1:00)
Causes of Neck Pain, in Assamese (3:08)
Ways to prevent pain in the neck, in Assamese (6:19)
Physiotherapy to relieve Neck Pain, in Assamese (9:03)
Subscribe Now & Live a Healthy Life!
স্বাস্থ্য প্লাছ নেটৱৰ্কে মেডিকেল জৰিত উপদেশ নিদিয়ে। ইয়াত দেখুৱা তথ্য খিনি সম্পূৰ্ণ জ্ঞান আহৰণৰ বাবে আৰু কোনো ধৰণৰ প্ৰফেচনেল উপদেশৰ আৰ্হি নহয়। যিকোনো স্বাস্থ্য সমস্যা বিশেষে ডক্তৰৰ পৰামৰ্শ লোৱা টো দৰকাৰী।
Swasthya Plus Network does not provide medical advice. Content on Swasthya Plus Network is for informational purposes only, and is not a substitute for the professional judgment of a doctor/health professional. Always seek the advice of a qualified health professional for your health concerns.
For feedback and business inquiries/ organise a doctor interview, contact Swasthya Plus Assamese at [email protected]
Swasthya Plus Assamese, the leading destination serving you with Health Tips in Assamese on health, hygiene, nutrition, lifestyle, and more!