#ChildCare #AssameseHealthTips
ডায়েৰিয়া শিশুসকলৰ মাজত দেখা দিয়া এটা অতি সাধাৰণ সমস্যা। এই ৰোগৰ ফলত নানান সমস্যা দেখা দিয়ে। ডায়েৰিয়াৰ বিষয়ে বিস্তৃত ভাবে জনাব ডক্তৰ ইন্দিৰা দাস, শিশু চিকিৎসক।
এই ভিডিওত আছে-
শিশুসকলৰ মাজত ডায়েৰিয়া ৰোগটো হোৱা কিমান স্বাভাৱিক? (0:00)
ডায়েৰিয়া হোৱা মূল কাৰণসমূহ? (0:39)
শিশুসকলৰ মাজত ডায়েৰিয়াৰ লক্ষণ? (1:44)
ডায়েৰিয়াৰ ফলত হোৱা সমস্যাসমূহ কি? (3:11)
শিশুসকলৰ বাবে ডায়েৰিয়াৰ চিকিৎসা পদ্ধতি কি? (5:25)
ডায়েৰিয়াৰ ক্ষেত্ৰত সুষম আহাৰ খোৱা নিয়মাৱলী কি? (7:41)
ডায়েৰিয়া হ’লে ডাক্তৰৰ পৰামৰ্শ লোৱা কিমান জৰুৰি? (10:05)
Diarrhoea is a disease most prevalent among children. Diarrhoea leads to multiple other health disorders which need to be taken care of. What are the most important points on diarrhoea and its impact on a child’s body? Let’s know more from Dr Indira Das, a Paediatrician.
In this Video,
How common is diarrhoea (loose motion) in Children? What is this problem? (0:00)
Causes of diarrhoea in Children (0:39)
Symptoms of diarrhoea in Children (1:44)
What are the Complications? When should one see the doctor? (3:11)
Treatment of diarrhoea in Children (5:25)
Dietary changes to help with diarrhoea (7:41)
How important is it to consult a doctor and not opt for self treatment? (10:05)
Subscribe Now & Live a Healthy Life!
স্বাস্থ্য প্লাছ নেটৱৰ্কে মেডিকেল জৰিত উপদেশ নিদিয়ে। ইয়াত দেখুৱা তথ্য খিনি সম্পূৰ্ণ জ্ঞান আহৰণৰ বাবে আৰু কোনো ধৰণৰ প্ৰফেচনেল উপদেশৰ আৰ্হি নহয়। যিকোনো স্বাস্থ্য সমস্যা বিশেষে ডক্তৰৰ পৰামৰ্শ লোৱা টো দৰকাৰী।
Swasthya Plus Network does not provide medical advice. Content on Swasthya Plus Network is for informational purposes only, and is not a substitute for the professional judgment of a doctor/health professional. Always seek the advice of a qualified health professional for your health concerns.
For feedback and business inquiries/ organise a doctor interview, contact Swasthya Plus Assamese at [email protected]
Swasthya Plus Assamese, the leading destination serving you with Health Tips in Assamese on health, hygiene, nutrition, lifestyle, and more!