#Sinusitis #AssameseHealthTips
চাইনাচাইটিছ হৈছে চাইনাছৰ প্ৰদাহ বা সংক্ৰমণ, সাধাৰণতে ভাইৰাছ, বেক্টেৰিয়া বা ভেঁকুৰৰ দ্বাৰা হোৱা। লক্ষণসমূহ হ’ল- নাকৰ পৰা স্ৰাৱ ওলোৱা, মুখ, কপাল, আৰু চকুত বিষ আৰু চাপ। গতিকে, ইয়াৰ কাৰণ কি আৰু ইয়াৰ চিকিৎসা কেনেকৈ কৰিব লাগে? জ্যেষ্ঠ পৰামৰ্শদাতা ই এন টি আৰু এলাৰ্জী বিশেষজ্ঞ ডাঃ আক্ৰিবা আহমেদৰ পৰা অধিক জানো আহক।
এই ভিডিঅ’টোত,
চাইনাছ কি আৰু চাইনাচাইটিছ কি? (0:00)
চাইনাচাইটিছৰ কাৰণ কি কি? (0:36)
চাইনাচাইটিছৰ বাবে কোন দুৰ্বল? (1:19)
চাইনাচাইটিছ কেনেকৈ ধৰা পৰে? (1:59)
ঋতুৰ পৰিৱৰ্তনে চাইনাছৰ সংক্ৰমণত প্ৰভাৱ পেলায় নেকি? (2:56)
চাইনাচাইটিছৰ চিকিৎসা কি? (3:31)
চাইনাচাইটিছৰ প্ৰতিৰোধযোগ্য টিপছ (4:25)
Sinusitis is the inflammation of the sinuses, which are hollow cavities in the skull. Symptoms of Sinusitis can include facial pain, pressure in the sinuses, nasal congestion, headache, cough, sore throat, and fatigue. What causes Sinusitis? What is the treatment for Sinusitis? Let’s know more from Dr Akriba Ahmed, an ENT Specialist.
In this Video,
What is Sinusitis? in Assamese (0:00)
Causes of Sinusitis, in Assamese (0:36)
Who is at risk of developing Sinusitis? in Assamese (1:19)
Diagnosis of Sinusitis, in Assamese (1:59)
Do seasonal changes affect sinus infections? in Assamese (2:56)
Treatment of Sinusitis, in Assamese (3:31)
Prevention of Sinusitis, in Assamese (4:25)
Subscribe Now & Live a Healthy Life!
স্বাস্থ্য প্লাছ নেটৱৰ্কে মেডিকেল জৰিত উপদেশ নিদিয়ে। ইয়াত দেখুৱা তথ্য খিনি সম্পূৰ্ণ জ্ঞান আহৰণৰ বাবে আৰু কোনো ধৰণৰ প্ৰফেচনেল উপদেশৰ আৰ্হি নহয়। যিকোনো স্বাস্থ্য সমস্যা বিশেষে ডক্তৰৰ পৰামৰ্শ লোৱা টো দৰকাৰী।
Swasthya Plus Network does not provide medical advice. Content on Swasthya Plus Network is for informational purposes only, and is not a substitute for the professional judgment of a doctor/health professional. Always seek the advice of a qualified health professional for your health concerns.
For feedback and business inquiries/ organise a doctor interview, contact Swasthya Plus Assamese at [email protected]
Swasthya Plus Assamese, the leading destination serving you with Health Tips in Assamese on health, hygiene, nutrition, lifestyle, and more!