#RednessofEye #AssameseHealthTips
চকুৰ ৰঙা পৰা, যাক তেজ ওলোৱা চকু বুলিও কোৱা হয়, ই কেইবাটাও ভিন্ন স্বাস্থ্যজনিত সমস্যাৰ উপস্থিতিৰ ইংগিত দিব পাৰে। এই বিষয়বোৰৰ কিছুমান বিনাইন হ’লেও আন কিছুমান গুৰুতৰ আৰু জৰুৰীকালীন চিকিৎসাৰ প্ৰয়োজন হয়। গতিকে, চকু ৰঙা পৰাৰ চিকিৎসা আৰু প্ৰতিৰোধৰ উপায় কি কি? চকুৰ বিশেষজ্ঞ ডাঃ ইমী গগৈৰ পৰা অধিক জানো আহক।
এই ভিডিঅ’টোত,
চকু ৰঙা পৰা বুলিলে কি বুজোৱা হয়? (0:00)
কিহৰ ফলত চকু ৰঙা পৰা হব পাৰে? (0:35)
ৰঙা চকুৰ লগত আৰু কি কি লক্ষণ দেখা দিব পাৰে? (1:57)
চকু ৰঙা পৰাৰ বাবে চিন্তা কৰা উচিত নেকি? (2:46)
কেতিয়া চিকিৎসকৰ ওচৰলৈ যাব লাগে? (3:34)
চকুৰ ৰঙা পৰাটোৱে চকুৰ কোনো গুৰুতৰ সমস্যাৰ ইংগিত দিব পাৰেনে? (4:17)
চকু ৰঙা পৰাৰ চিকিৎসা কি? (6:59)
কিমান দিনলৈ সুস্থ হৈ উঠিব? (8:46)
চকু ৰঙা পৰা কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি? (11:17)
Redness in the eyes can be caused by a variety of factors such as allergies, eye infections, dry eyes, eye strain or eye injuries. If you are experiencing redness in your eyes, it’s important to see an eye doctor. What is the Treatment for Redness in the Eye? Let’s know from Dr Emee Gogoi, an Opthalmologist.
In this Video,
What is Redness in Eye? in Assamese (0:00)
Causes of Redness in Eye, in Assamese (0:35)
Symptoms of Redness in Eye, in Assamese (1:57)
When should you worry about the Redness of your Eyes? in Assamese (2:46)
When to consult a doctor? in Assamese (3:34)
Complication of Redness in Eye, in Assamese (4:17)
Treatment of Redness in Eye, in Assamese (6:59)
How long does Redness in Eye take to recover? in Assamese (8:46)
Prevention of Redness in Eye, in Assamese (11:17)
Subscribe Now & Live a Healthy Life!
স্বাস্থ্য প্লাছ নেটৱৰ্কে মেডিকেল জৰিত উপদেশ নিদিয়ে। ইয়াত দেখুৱা তথ্য খিনি সম্পূৰ্ণ জ্ঞান আহৰণৰ বাবে আৰু কোনো ধৰণৰ প্ৰফেচনেল উপদেশৰ আৰ্হি নহয়। যিকোনো স্বাস্থ্য সমস্যা বিশেষে ডক্তৰৰ পৰামৰ্শ লোৱা টো দৰকাৰী।
Swasthya Plus Network does not provide medical advice. Content on Swasthya Plus Network is for informational purposes only, and is not a substitute for the professional judgment of a doctor/health professional. Always seek the advice of a qualified health professional for your health concerns.
For feedback and business inquiries/ organise a doctor interview, contact Swasthya Plus Assamese at [email protected]
Swasthya Plus Assamese, the leading destination serving you with Health Tips in Assamese on health, hygiene, nutrition, lifestyle, and more!