#Contraception #AssameseHealthTips
বিভিন্ন যন্ত্ৰপাতি, যৌন পদ্ধতি, ৰাসায়নিক পদাৰ্থ, ড্ৰাগছ বা অস্ত্ৰোপচাৰৰ দ্বাৰা গৰ্ভধাৰণক ইচ্ছাকৃতভাৱে প্ৰতিৰোধ কৰাটোৱেই গৰ্ভনিৰোধক। গতিকে, গৰ্ভনিৰোধক ঔষধৰ পাৰ্শ্বক্ৰিয়া আৰু স্বাস্থ্যজনিত বিপদ কেনেকৈ কি? স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ ৰুছি আহমেদৰ পৰা অধিক জানো আহক।
এই ভিডিঅ’টোত,
গৰ্ভনিৰোধক কি? (0:00)
গৰ্ভনিৰোধক ব্যৱহাৰ কৰাৰ যোগ্য বয়স কিমান? (0:39)
গৰ্ভনিৰোধৰ বিভিন্ন ধৰণৰ পদ্ধতি কি কি? (1:30)
মোৰ আৰু মোৰ সংগীৰ বাবে কোনটো গৰ্ভনিৰোধক উপযুক্ত? (2:15)
গৰ্ভনিৰোধক গৰ্ভাৱস্থা আৰু এছটিআইৰ পৰা ১০০% সুৰক্ষাৰ নিশ্চয়তা দিয়েনে? (4:16)
গৰ্ভনিৰোধক ঔষধৰ স্বাস্থ্যজনিত বিপদ আৰু পাৰ্শ্বক্ৰিয়া কি কি? (5:08)
কোনবোৰ গৰ্ভনিৰোধকে এছটিআইৰ পৰা ৰক্ষা কৰে? (6:21)
Contraception during sex is not just used to prevent pregnancies but also sexually transmitted infections (STIs). It is also important to talk to your healthcare provider about your options and to use contraception consistently and correctly to prevent unintended pregnancy & STIs. What is Contraception? Let’s know more from Dr Rushi Ahmed, a Gynaecologist.
In this Video,
What is Contraception? in Assamese (0:00)
Eligible age for using Contraception, in Assamese (0:39)
Different types of Contraception, in Assamese (1:30)
How to choose between various Contraceptives? in Assamese (2:15)
Does contraception guarantee 100% safety from pregnancy and STIs? in Assamese (4:16)
What are the side effects of Contraception? in Assamese (5:08)
Which Contraception method protects against STIs? in Assamese (6:21)
Subscribe Now & Live a Healthy Life!
স্বাস্থ্য প্লাছ নেটৱৰ্কে মেডিকেল জৰিত উপদেশ নিদিয়ে। ইয়াত দেখুৱা তথ্য খিনি সম্পূৰ্ণ জ্ঞান আহৰণৰ বাবে আৰু কোনো ধৰণৰ প্ৰফেচনেল উপদেশৰ আৰ্হি নহয়। যিকোনো স্বাস্থ্য সমস্যা বিশেষে ডক্তৰৰ পৰামৰ্শ লোৱা টো দৰকাৰী।
Swasthya Plus Network does not provide medical advice. Content on Swasthya Plus Network is for informational purposes only, and is not a substitute for the professional judgment of a doctor/health professional. Always seek the advice of a qualified health professional for your health concerns.
For feedback and business inquiries/ organise a doctor interview, contact Swasthya Plus Assamese at [email protected]
Swasthya Plus Assamese, the leading destination serving you with Health Tips in Assamese on health, hygiene, nutrition, lifestyle, and more!