#FoodAllergy #AssameseHealthTips
যেতিয়া কিছুমান বিশেষ বস্তু আমাৰ শৰীৰৰ লগত খাপ নাখায়, তেতিয়া সেইবোৰে এলাৰ্জীৰ সৃষ্টি কৰে। ইয়াৰে এটা হ’ল ফুড এলাৰ্জী। সাধাৰণতে কি কি খাদ্যৰ ফলত খাদ্য এলাৰ্জী হয়? এই ধৰণৰ এলাৰ্জী হোৱাৰ কাৰণ কি আৰু এই সমস্যা নিৰাময় কৰিব পাৰিনে?চিকিৎসক ডাঃ নীতিন ভাৰতিয়াৰ পৰা অধিক জানো আহক।
এই ভিডিঅ’টোত,
খাদ্য এলাৰ্জী (0:00)
খাদ্য এলাৰ্জী আটাইতকৈ বেছি কি কি? (0:56)
কি কি খাদ্যৰ ফলত কাৰোবাৰ এলাৰ্জি হব কেনেকৈ জানিব? (1:31)
খাদ্য এলাৰ্জীৰ লক্ষণ (2:25)
আমি কেনেকৈ খাদ্য এলাৰ্জীৰ পৰা হাত সাৰিব পাৰো? (3:15)
When certain things do not suit our bodies, then they may cause allergies. There are many types of allergies, one type of which is Food Allergy. What are the foods that commonly cause Food Allergies? What causes Food Allergies? Let’s know from Dr Nitin Bhartia, a Medicine Specialist.
In this Video,
What are Food Allergies? in Assamese (0:00)
Types of Food Allergies, in Assamese (0:56)
How to know what food will cause someone to be allergic? in Assamese (1:31)
Symptoms of Food Allergies, in Assamese (2:25)
How to avoid Food Allergies? in Assamese (3:15)
Subscribe Now & Live a Healthy Life!
স্বাস্থ্য প্লাছ নেটৱৰ্কে মেডিকেল জৰিত উপদেশ নিদিয়ে। ইয়াত দেখুৱা তথ্য খিনি সম্পূৰ্ণ জ্ঞান আহৰণৰ বাবে আৰু কোনো ধৰণৰ প্ৰফেচনেল উপদেশৰ আৰ্হি নহয়। যিকোনো স্বাস্থ্য সমস্যা বিশেষে ডক্তৰৰ পৰামৰ্শ লোৱা টো দৰকাৰী।
Swasthya Plus Network does not provide medical advice. Content on Swasthya Plus Network is for informational purposes only, and is not a substitute for the professional judgment of a doctor/health professional. Always seek the advice of a qualified health professional for your health concerns.
For feedback and business inquiries/ organise a doctor interview, contact Swasthya Plus Assamese at [email protected]
Swasthya Plus Assamese, the leading destination serving you with Health Tips in Assamese on health, hygiene, nutrition, lifestyle, and more!