#Conjunctivitis #AssameseHealthTips
কনজাংটিভাইটিছ বা গোলাপী চকু হ’ল চকুৰ মণিৰ বগা অংশ ঢাকি ৰখা কনজাংটিভাত হোৱা বিষ বা প্ৰদাহ। এলাৰ্জী বা বেক্টেৰিয়া বা ভাইৰাছৰ সংক্ৰমণৰ ফলত হ’ব পাৰে। কনজাংটিভাইটিছ অত্যন্ত সংক্ৰামক হ’ব পাৰে আৰু সংক্ৰমিত ব্যক্তিৰ চকুৰ নিঃসৰণৰ সংস্পৰ্শলৈ আহিলে ই বিয়পে। গতিকে, কনজাংটিভাইটিছৰ প্ৰকাৰ আৰু প্ৰতিৰোধৰ উপায় কি কি? চকুৰ বিশেষজ্ঞ ডাঃ ইমী গগৈৰ পৰা অধিক জানো আহক।
এই ভিডিঅ’টোত,
কনজাংটিভাইটিছ কি? (0:00)
কনজাংটিভাইটিছৰ লক্ষণসমূহ কি কি? (1:11)
কনজাংটিভাইটিছৰ কাৰণ কি কি? (2:49)
কনজাংটিভাইটিছৰ নিদান কি কি? (4:21)
কনজাংটিভাইটিছৰ চিকিৎসা কি? (5:56)
কনজাংটিভাইটিছৰ বাবে কি কি জটিলতা সন্মুখীন হয়? (9:23)
কনজাংটিভাইটিছ প্ৰতিৰোধ কৰা (10:41)
Conjunctivitis, commonly known as Pink Eye, is an inflammation of the thin tissue covering the white part of the eye and the inside of the eyelids. Conjunctivitis can cause redness, itching, burning, discharge, and a gritty feeling in the eyes. How to Treat Conjunctivitis? Can we prevent Conjunctivitis? Let’s know more from Dr Emee Gogoi, an Ophthalmologist.
In this Video,
What is Conjunctivitis? in Assamese (0:00)
Symptoms of Conjunctivitis, in Assamese (1:11)
Causes of Conjunctivitis, in Assamese (2:49)
Diagnosis of Conjunctivitis, in Assamese (4:21)
Treatment of Conjunctivitis, in Assamese (5:56)
Complications of Conjunctivitis, in Assamese (9:23)
Prevention of Conjunctivitis, in Assamese (10:41)
Subscribe Now & Live a Healthy Life!
স্বাস্থ্য প্লাছ নেটৱৰ্কে মেডিকেল জৰিত উপদেশ নিদিয়ে। ইয়াত দেখুৱা তথ্য খিনি সম্পূৰ্ণ জ্ঞান আহৰণৰ বাবে আৰু কোনো ধৰণৰ প্ৰফেচনেল উপদেশৰ আৰ্হি নহয়। যিকোনো স্বাস্থ্য সমস্যা বিশেষে ডক্তৰৰ পৰামৰ্শ লোৱা টো দৰকাৰী।
Swasthya Plus Network does not provide medical advice. Content on Swasthya Plus Network is for informational purposes only, and is not a substitute for the professional judgment of a doctor/health professional. Always seek the advice of a qualified health professional for your health concerns.
For feedback and business inquiries/ organise a doctor interview, contact Swasthya Plus Assamese at [email protected]
Swasthya Plus Assamese, the leading destination serving you with Health Tips in Assamese on health, hygiene, nutrition, lifestyle, and more!