#Dandruff #AssameseHealthTips
উফি হৈছে মূৰৰ ছালৰ এটা সাধাৰণ অৱস্থা, যাৰ বৈশিষ্ট্য হৈছে মৃত ছালৰ টুকুৰা, খজুৱতি, ৰঙা পৰা। ই সাধাৰণতে ২০-৫০ বছৰৰ ভিতৰত হয়। কাৰণসমূহ হ’ল ছালৰ কোষৰ অতিমাত্ৰা উৎপাদন, ভেঁকুৰৰ সংক্ৰমণ আৰু চুলিৰ যত্ন লোৱা সামগ্ৰীৰ প্ৰতি সংবেদনশীলতা। গতিকে, ইয়াৰ লক্ষণসমূহ কি আৰু ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি? ছালৰ বিশেষজ্ঞ ডা কোমল আগৰৱালৰ পৰা অধিক জানো আহক।
এই ভিডিঅ’টোত,
উফি কি? (0:00)
ইয়াৰ লক্ষণসমূহ কি কি? (0:49)
ই ছালত প্ৰভাৱ পেলাব পাৰেনে? (1:09)
কেতিয়া ডাক্তৰৰ ওচৰলৈ যাব লাগে? (1:49)
ইয়াৰ ঘৰুৱা উপায় কি, ই সহায় কৰেনে? (3:03)
আমি ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰো? (4:06)
Dandruff is a scalp condition that causes flaky, white skin to shed from the scalp. It can result from dryness, oily skin, or a fungal infection. How to treat Dandruff? Let’s know more from Dr Komal Agarwal, a Dermatologist.
In this Video,
What is Dandruff? in Assamese (0:00)
Symptoms of Dandruff, in Assamese (0:49)
Does Dandruff cause Skin Rash or Skin Irritation? in Assamese (1:09)
When to consult a doctor for Dandruff? in Assamese (1:49)
Are there any Home Remedies for Dandruff? in Assamese (3:03)
Prevention of Dandruff, in Assamese (4:06)
Subscribe Now & Live a Healthy Life!
স্বাস্থ্য প্লাছ নেটৱৰ্কে মেডিকেল জৰিত উপদেশ নিদিয়ে। ইয়াত দেখুৱা তথ্য খিনি সম্পূৰ্ণ জ্ঞান আহৰণৰ বাবে আৰু কোনো ধৰণৰ প্ৰফেচনেল উপদেশৰ আৰ্হি নহয়। যিকোনো স্বাস্থ্য সমস্যা বিশেষে ডক্তৰৰ পৰামৰ্শ লোৱা টো দৰকাৰী।
Swasthya Plus Network does not provide medical advice. Content on Swasthya Plus Network is for informational purposes only, and is not a substitute for the professional judgment of a doctor/health professional. Always seek the advice of a qualified health professional for your health concerns.
For feedback and business inquiries/ organise a doctor interview, contact Swasthya Plus Assamese at [email protected]
Swasthya Plus Assamese, the leading destination serving you with Health Tips in Assamese on health, hygiene, nutrition, lifestyle, and more!