#Influenza #AssameseHealthTips
ইনফ্লুৱেঞ্জা হৈছে শ্বাস-প্ৰশ্বাসতন্ত্ৰৰ অংশ নাক, ডিঙি আৰু হাওঁফাওঁৰ সংক্ৰমণ। ইনফ্লুৱেঞ্জাক সাধাৰণতে ফ্লু বুলি কোৱা হয়। ফ্লুত আক্ৰান্ত বেছিভাগ লোকেই নিজাববীয়াকৈ ভাল হয়। কিন্তু কেতিয়াবা ইনফ্লুৱেঞ্জা আৰু ইয়াৰ জটিলতা মাৰাত্মক হ’ব পাৰে। গতিকে, ইনফ্লুৱেঞ্জাৰ চিকিৎসা আৰু প্ৰতিৰোধৰ উপায় কি কি? সাধাৰণ চিকিৎসক ডাঃ প্ৰীমাডোনা শইকীয়াৰ পৰা অধিক জানো আহক।
এই ভিডিঅ’টোত,
ইনফ্লুৱেঞ্জা কি? ইনফ্লুৱেঞ্জা কিমান সাধাৰণ? (0:00)
ইনফ্লুৱেঞ্জাৰ প্ৰকাৰ কি কি? (0:25)
ইনফ্লুৱেঞ্জাৰ লক্ষণ কি কি? (1:21)
ইনফ্লুৱেঞ্জা ৰোগৰ প্ৰৱণতা কাৰ বেছি? (2:41)
ইনফ্লুৱেঞ্জা কেনেকৈ ধৰা পৰে? (3:43)
ইনফ্লুৱেঞ্জাৰ চিকিৎসা কি? (4:28)
ইনফ্লুৱেঞ্জা পুনৰাবৃত্তি হয় নেকি? (7:02)
ইনফ্লুৱেঞ্জাৰ আৰোগ্যৰ সময় কিমান? (8:12)
Influenza, commonly known as the flu, is a contagious viral respiratory infection caused by Influenza viruses. Symptoms of Influenza include fever, chills, cough, sore throat, runny or stuffy nose, muscle or body aches, headaches, fatigue, etc. How to treat Influenza? Let’s know more from Dr Primadonna Saikia, a General Physician.
In this Video,
What is Influenza? in Assamese (0:00)
Types of Influenza, in Assamese (0:25)
Symptoms of Influenza, in Assamese (1:21)
Who is at risk of Influenza? in Assamese (2:41)
Diagnosis of Influenza, in Assamese (3:43)
Treatment of Influenza, in Assamese (4:28)
Can Influenza recur? in Assamese (7:02)
How long does it take to recover from Influenza? in Assamese (8:12)
Subscribe Now & Live a Healthy Life!
স্বাস্থ্য প্লাছ নেটৱৰ্কে মেডিকেল জৰিত উপদেশ নিদিয়ে। ইয়াত দেখুৱা তথ্য খিনি সম্পূৰ্ণ জ্ঞান আহৰণৰ বাবে আৰু কোনো ধৰণৰ প্ৰফেচনেল উপদেশৰ আৰ্হি নহয়। যিকোনো স্বাস্থ্য সমস্যা বিশেষে ডক্তৰৰ পৰামৰ্শ লোৱা টো দৰকাৰী।
Swasthya Plus Network does not provide medical advice. Content on Swasthya Plus Network is for informational purposes only, and is not a substitute for the professional judgment of a doctor/health professional. Always seek the advice of a qualified health professional for your health concerns.
For feedback and business inquiries/ organise a doctor interview, contact Swasthya Plus Assamese at [email protected]
Swasthya Plus Assamese, the leading destination serving you with Health Tips in Assamese on health, hygiene, nutrition, lifestyle, and more!