#EyeCare #AssameseHealthTips
আপোনাৰ চকু আপোনাৰ স্বাস্থ্যৰ এক গুৰুত্বপূৰ্ণ অংশ। বেছিভাগ মানুহেই নিজৰ চৌপাশৰ পৃথিৱীখন চাবলৈ আৰু তাৰ অৰ্থ বুজিবলৈ নিজৰ চকুৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু চকুৰ কিছুমান ৰোগৰ ফলত দৃষ্টিশক্তি হেৰুৱাব পাৰে, গতিকে চকুৰ ৰোগ যিমান পাৰি সোনকালে চিনাক্ত কৰি চিকিৎসা কৰাটো অতি প্ৰয়োজনীয়। এই বিষয়ে অধিক জানিবলৈ আহক ড০ জয়ন্ত দাসৰ পৰা।
এই ভিডিঅ’টোত আছে,
চকুৰ স্বাস্থ্য কিয় গুৰুত্বপূৰ্ণ? (0:00)
চকুৰ যত্ন কেনেকৈ লব পাৰি? (1:31)
চকুৰ সমস্যাৰ বাবে কেতিয়া চকুৰ চিকিৎসকৰ ওচৰলৈ যাব লাগে? (3:28)
শক্তিৰ পৰিৱৰ্তনৰ পৰা হাত সাৰিবলৈ আৰু চকু সুস্থ কৰি ৰখাত সহায়ক হোৱা কিছুমান চকুৰ ব্যায়াম (4:29)
চকুৰ সুস্বাস্থ্যৰ বাবে কিছু জীৱনশৈলী/খাদ্যৰ পৰিৱৰ্তন (5:52)
It’s important to maintain the health of your eyes even as you grow older. People rely on their eyes to see the world around them. But some eye diseases can lead to vision loss, so it is important to identify and treat eye diseases as early as possible. Let’s know more about this from Dr Jayanta Kumar Das, an Ophthalmologist.
In this Video,
Why is Eye health important? in Assamese (0:00)
How can you take care of your Eyes? in Assamese (1:31)
When should I go to an eye doctor for my Eye problems? in Assamese (3:28)
Some eye exercises to help avoid change in power and maintain healthy Eyes, in Assamese (4:29)
Some lifestyle/dietary changes for good Eye health, in Assamese (5:52)
Subscribe Now & Live a Healthy Life!
স্বাস্থ্য প্লাছ নেটৱৰ্কে মেডিকেল জৰিত উপদেশ নিদিয়ে। ইয়াত দেখুৱা তথ্য খিনি সম্পূৰ্ণ জ্ঞান আহৰণৰ বাবে আৰু কোনো ধৰণৰ প্ৰফেচনেল উপদেশৰ আৰ্হি নহয়। যিকোনো স্বাস্থ্য সমস্যা বিশেষে ডক্তৰৰ পৰামৰ্শ লোৱা টো দৰকাৰী।
Swasthya Plus Network does not provide medical advice. Content on Swasthya Plus Network is for informational purposes only, and is not a substitute for the professional judgment of a doctor/health professional. Always seek the advice of a qualified health professional for your health concerns.
For feedback and business inquiries/ organise a doctor interview, contact Swasthya Plus Assamese at [email protected]
Swasthya Plus Assamese, the leading destination serving you with Health Tips in Assamese on health, hygiene, nutrition, lifestyle, and more!