#IVF #AssmeseHealthTips
ইন ভিট্ৰ’ ফাৰ্টিলাইজেচন, যাক আইভিএফ বুলিও কোৱা হয়, হৈছে এনে এক শৃংখলাবদ্ধ পদ্ধতি যিয়ে গৰ্ভধাৰণৰ সূচনা কৰিব পাৰে। এই পদ্ধতিৰে এটা বা ততোধিক নিষিক্ত কণী, যাক ভ্ৰূণ বুলি কোৱা হয়, এটা জৰায়ুত ৰখা হয়, য’ত শিশুৰ বিকাশ হয়। আইভিএফৰ এটা সম্পূৰ্ণ চক্ৰত প্ৰায় ২ৰ পৰা ৩ সপ্তাহ সময় লাগে। কেতিয়াবা এই পদক্ষেপবোৰ বিভিন্ন অংশত বিভক্ত হয় আৰু এই প্ৰক্ৰিয়াত বেছি সময় লাগিব পাৰে। আইভিএফ চিকিৎসাৰ বাবে কি কি সাৱধানতা আৰু অৰ্হতা আছে? স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ কাঞ্চন মুৰাৰ্কাৰ পৰা অধিক জানো আহক।
এই ভিডিঅ’টোত,
আই ভি এফ বুলিলে কি বুজোৱা হয়? (0:00)
এগৰাকী মহিলাক কিহৰ দ্বাৰা আইভিএফৰ বাবে যোগ্যতা অৰ্জন কৰা হয়? (1:22)
গোটেই প্ৰক্ৰিয়াটো কিমান সময়ৰ? (2:59)
আই ভি এফৰ পিছত গৰ্ভধাৰণৰ সফলতাৰ হাৰ কিমান? (4:52)
প্ৰক্ৰিয়াটোৰ আগতে কি কি পৰীক্ষা কৰিব লাগে? (5:50)
প্ৰক্ৰিয়াৰ সময়ত আৰু পিছত কি কি সাৱধানতা অৱলম্বন কৰিব লাগে? (7:02)
If a couple has complications in pregnancy, then they may become parents through In Vitro Fertilization (IVF). IVF helps couples with fertility problems to have a baby. What is the success rate of IVF? Let’s know more from Dr Kanchan Murarka, a Gynaecologist.
In this Video,
What is In Vitro Fertilization (IVF)? in Assamese (0:00)
When does a couple require IVF? in Assamese (1:22)
How much time does the IVF process take? in Assamese (2:59)
What is the success rate of conceiving after IVF? in Assamese (4:52)
What are the required tests before the IVF process? in Assamese (5:50)
What precautions should be taken during and after the IVF process? in Assamese (7:02)
Subscribe Now & Live a Healthy Life!
স্বাস্থ্য প্লাছ নেটৱৰ্কে মেডিকেল জৰিত উপদেশ নিদিয়ে। ইয়াত দেখুৱা তথ্য খিনি সম্পূৰ্ণ জ্ঞান আহৰণৰ বাবে আৰু কোনো ধৰণৰ প্ৰফেচনেল উপদেশৰ আৰ্হি নহয়। যিকোনো স্বাস্থ্য সমস্যা বিশেষে ডক্তৰৰ পৰামৰ্শ লোৱা টো দৰকাৰী।
Swasthya Plus Network does not provide medical advice. Content on Swasthya Plus Network is for informational purposes only, and is not a substitute for the professional judgment of a doctor/health professional. Always seek the advice of a qualified health professional for your health concerns.
For feedback and business inquiries/ organise a doctor interview, contact Swasthya Plus Assamese at [email protected]
Swasthya Plus Assamese, the leading destination serving you with Health Tips in Assamese on health, hygiene, nutrition, lifestyle, and more!