#OveractiveBladder #AssameseHealthTips
অতি সক্ৰিয় মূত্ৰাশয় তেতিয়া হয় যেতিয়া আপোনাৰ মূত্ৰাশয়ত প্ৰস্ৰাৱৰ পৰিমাণ কম হ’লেও মূত্ৰাশয়ৰ পেশীবোৰে নিজাববীয়াকৈ সংকোচিত হ’বলৈ আৰম্ভ কৰে। এইবোৰক অনাকাংক্ষিত সংকোচন বোলা হয়, আৰু ইয়াৰ ফলত প্ৰস্ৰাৱ কৰাৰ জৰুৰী প্ৰয়োজনৰ সৃষ্টি হয়। গতিকে, জটিলতা কি আৰু অতি সক্ৰিয় মূত্ৰাশয় কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি? আহক অধিক জানো ইউৰ’লজিষ্ট ডাঃ মৃগংকা দেউৰী ভৰালীৰ পৰা।
এই ভিডিঅ’টোত,
অতি সক্ৰিয় মূত্ৰাশয় কি? (0:00)
অতিমাত্ৰা সক্ৰিয় মূত্ৰাশয়ৰ লক্ষণসমূহ কি কি? (1:17)
ইয়াৰ জটিলতা কি কি? (1:50)
অতিমাত্ৰা সক্ৰিয় মূত্ৰাশয়ৰ পৰীক্ষা কি কি? (2:30)
অতিমাত্ৰা সক্ৰিয় মূত্ৰাশয়ৰ চিকিৎসা (3:23)
অতিমাত্ৰা সক্ৰিয় মূত্ৰাশয় কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি? (4:19)
Overactive Bladder (OAB) is a condition in which there is a frequent and urgent need to urinate, often accompanied by the feeling of not being able to hold urine in, even when the bladder is not full. What causes Overactive Bladder? How to Treat Overactive Bladder? Let’s know more from Dr Mriganka Deuri Bharali, a Urologist.
In this Video,
What is Overactive Bladder? in Assamese (0:00)
Symptoms of Overactive Bladder, in Assamese (1:17)
Complications of Overactive Bladder, in Assamese (1:50)
Diagnosis of Overactive Bladder, in Assamese (2:30)
Treatment of Overactive Bladder, in Assamese (3:23)
Prevention of Overactive Bladder, in Assamese (4:19)
Subscribe Now & Live a Healthy Life!
স্বাস্থ্য প্লাছ নেটৱৰ্কে মেডিকেল জৰিত উপদেশ নিদিয়ে। ইয়াত দেখুৱা তথ্য খিনি সম্পূৰ্ণ জ্ঞান আহৰণৰ বাবে আৰু কোনো ধৰণৰ প্ৰফেচনেল উপদেশৰ আৰ্হি নহয়। যিকোনো স্বাস্থ্য সমস্যা বিশেষে ডক্তৰৰ পৰামৰ্শ লোৱা টো দৰকাৰী।
Swasthya Plus Network does not provide medical advice. Content on Swasthya Plus Network is for informational purposes only, and is not a substitute for the professional judgment of a doctor/health professional. Always seek the advice of a qualified health professional for your health concerns.
For feedback and business inquiries/ organise a doctor interview, contact Swasthya Plus Assamese at [email protected]
Swasthya Plus Assamese, the leading destination serving you with Health Tips in Assamese on health, hygiene, nutrition, lifestyle, and more!